গছত গৰু : লোচন জুমন বৰদলৈ

গছত গৰু

লিখক:লোচন জুমন বৰদলৈ

ডিৱাই৩৬৫- অ’ই নিউজ লাইভ, এই পুখুৰী-নদী বোৰৰ পানীবোৰ যদি শুকাই যায়, তেন্তে মাছবোৰ বাৰু ক’ত যাব?

নিউজ লাইভ- মূর্খ, ক’ত যাব আৰু, গছত উঠিব আকৌ!!!

ডিৱাই৩৬৫- গাধ ক’ৰবাৰ, মাছ গছত উঠে নেকি ? গৰুহে গছত উঠে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!