জল বতাহৰ সাধু (জয়ন্ত আকাশ বৰ্মন)

পখীৰ ডেউকাত উঠি
মনিচুনি বেলি,
জল বতাহ সানি
কজলা পানীত
ডুবি যোৱা পানীছবি এখনি
আৰু
ওৰে ৰাতি বুকুৰ কোণত
চলপ চলপ পানীৰ কোবনি……

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!