জাংফাই জোনাক

হিমজ্যোতি তালুকদাৰ….………..ভাৰতৰ আন্ত:ৰাষ্ট্ৰীয় কথাছবি মহোৎসৱ ২০১১ ৰ ভাৰতীয় পেনোৰামা শিতানৰ মুঠ ২৪ খন কথাছবিৰ তালিকাত অন্তৰ্ভুক্ত হৈছে সঞ্জীৱ সভাপণ্ডিতৰ কথাছবি ‘জাংফাই জোনাক’ ।

কৌশিক দাস……… ‘জাংফাই জোনাক’ চাইছোঁ ৷ তৰল কথাছবিৰ মহাপয়োভৰৰ দিনত নির্মাণ কৰা এখন সুস্থ আৰু ব্যতিক্রমী ছবি । ছবিখনত অন্ধবিশ্বাসৰ কেইটিমান অন্ধকাৰ দিশ অতি সুন্দৰকৈ উন্মোচন কৰা হৈছে । বহুমাত্রিক মানৱ-জীৱনৰ অন্তহীন ট্রেজিক দিশৰ কলাসুলভ উপস্থাপনো ‘জাংফাই জোনাক’ৰ অন্যতম উপজীৱ্য । ‘জাংফাই জোনাক’ এখন ভাল ছবি, কিন্তু মহান নহয় । সত্যজিৎ ৰায়ৰ অবিস্মৰণীয় সৃষ্টি ‘দেবী’ৰ কেইটিমান দৃশ্যৰ প্রায় হুবহু ৰূপায়ণ ‘জাংফাই জোনাক’ত দেখি বৰ বিৰক্ত হৈছিলোঁ । বর্ণালী বৰুৱা দাসৰ ২৩ মে’ ‘দৈনিক জনমভূমি’ত এই সন্দর্ভত এটা সমালোচনা প্রকাশিত হৈছিল ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!