নাটকৰ নাম–(হিমজ্যোতি তালুকদাৰ)

অসমৰ নাট্যজগত আলোড়িত কৰা ভ্ৰাম্যমান থিয়েটাৰৰ সেই নাট সমূহ অসমৰ ইমুৰৰ পৰা সিমুৰলৈ দৰ্শকক নাটকৰ সোৱাদ দিয়া অসমৰ ভ্ৰাম্যমান জগতখন গোটেই দেশৰ ভিতৰতে এক চৰ্চিত বিষয়। ষাঠীৰ দশকৰ পৰাই অসমৰ নাট্যপ্ৰেমী ৰাইজক কালজয়ী নাট উপহাৰ দি অহা এই নাট্যদলবোৰৰ সময়ৰ লগে লগে যেন ভালেখিনি পৰিৱৰ্তন আহিল। কিন্তু পাহৰিব পাৰি জানো সেই মহেন্দ্ৰ বৰঠাকুৰ, ভবেন্দ্ৰ নাথ শইকীয়া, ভবেন বৰুৱা আদিৰ সেই কালজয়ী নাটা সমূহ, যিবোৰ নাটে সেই সময়ত সৃষ্টি কৰিছিল অসমৰ নাট্য জগতত এক আলোড়ন।

তলত নাট্যকাৰ সহ কিছুমান নাটকৰ নাম উল্লেখ কৰা হ’ল, যিবোৰ নাটে এটা সময়ত আলোড়িত কৰিছিল অসমৰ নাট্যজগতখন –

শোণিত কুঁৱৰী (জ্যোতিপ্ৰসাদ আগৰৱালা) : পূৰ্বজ্যোতি থিয়েটাৰ 1966
তেজীমলা (প্ৰফুল্ল বৰা) : কহিনুৰ থিয়েটাৰ 1976
অসীমত যাৰ হেৰাল সীমা (প্ৰফুল্ল বৰা) : কহিনুৰ থিয়েটাৰ 1980
ৰামধেনু (ভবেন্দ্ৰ নাথ শইকীয়া) : আৱাহন থিয়েটাৰ 1981
পৃথিৱীৰ প্ৰেম (সুজিত সিংহ) : আৰাধনা থিয়েটাৰ 1981
অন্ধকূপ (ভবেন্দ্ৰ নাথ শইকীয়া) : আৱাহন থিয়েটাৰ 1982
বন্দীশাল (ভবেন্দ্ৰ নাথ শইকীয়া) : আৱাহন থিয়েটাৰ 1982
কবৰ আৰু কংকাল (কুমাৰ কিশোৰ) : আৰাধনা থিয়েটাৰ 1982
ক্লিওপেট্ৰা (পদ্ম বৰকটকী) : কহিনুৰ থিয়েটাৰ 1982
মাটিৰ গাড়ী (অৰুণ শৰ্মা) : কহিনুৰ থিয়েটাৰ 1983
আম্ৰপালি (ভবেন্দ্ৰ নাথ শইকীয়া) : আৱাহন থিয়েটাৰ 1983
মণিকূট (ভবেন্দ্ৰ নাথ শইকীয়া) : আৱাহন থিয়েটাৰ 1983
কনকলতা (ভবেন বৰুৱা) : অনিৰ্বান থিয়েটাৰ 1983
বালিঘৰ (সেৱাব্ৰত বৰুৱা) : অপ্সৰা থিয়েটাৰ 1984
নীলকণ্ঠ (ভবেন্দ্ৰ নাথ শইকীয়া) : আৱাহন থিয়েটাৰ 1984
বিলকিচ বেগম (মহেন্দ্ৰ বৰঠাকুৰ) : আৱাহন থিয়েটাৰ 1984
নীলকণ্ঠ (ভবেন্দ্ৰ নাথ শইকীয়া) : আৱাহন থিয়েটাৰ 1984
দধীচি (মহেন্দ্ৰ বৰঠাকুৰ) : মুকুন্দ থিয়েটাৰ 1985
হালধীয়া চৰায়ে বাওধান খায় (মহেন্দ্ৰ বৰঠাকুৰ) : হেঙুল থিয়েটাৰ 1986
অমৃত (ভবেন্দ্ৰ নাথ শইকীয়া) : আৱাহন থিয়েটাৰ 1986
মকৰাজাল (মহেন্দ্ৰ বৰঠাকুৰ) : মুকুন্দ থিয়েটাৰ 1986
দীনবন্ধু (ভবেন্দ্ৰ নাথ শইকীয়া) : আৱাহন থিয়েটাৰ 1988
মুখ্যমন্ত্ৰী (মহেন্দ্ৰ বৰঠাকুৰ) : হেঙুল থিয়েটাৰ 1988
অন্ধ দেৱতা (অৱতাৰ সিং) : আৱাহন থিয়েটাৰ 1990
গধুলি (ভবেন্দ্ৰ নাথ শইকীয়া) : আৱাহন থিয়েটাৰ 1991
মহাৰণ্য (ভবেন্দ্ৰ নাথ শইকীয়া) : কহিনুৰ থিয়েটাৰ 1992
মুখাগ্নি (ভবেন বৰুৱা) : আৱাহন থিয়েটাৰ 1992
বেন হুৰ (মহেন্দ্ৰ বৰঠাকুৰ) : কহিনুৰ থিয়েটাৰ 1992
বৃন্দাবন (ভবেন্দ্ৰ নাথ শইকীয়া) : আৱাহন থিয়েটাৰ 1992
স্বৰ্গৰ দুৱাৰ (ভবেন্দ্ৰ নাথ শইকীয়া) : আৱাহন থিয়েটাৰ 1993
নিয়ৰৰ ফুল (মুনীন বৰুৱা) : থিয়েটাৰ ভাগ্যদেৱী 1994
বলিয়া মেঘ (মহেন্দ্ৰ বৰঠাকুৰ) : উদয়ন থিয়েটাৰ 1994
সমুদ্ৰ মন্থন (ভবেন্দ্ৰ নাথ শইকীয়া) : আৱাহন থিয়েটাৰ 1995
অজাত শত্ৰু (মুনীন বৰুৱা) : আৱাহন থিয়েটাৰ 1996
পাণ্ডুলিপি (ভবেন্দ্ৰ নাথ শইকীয়া) : আৱাহন থিয়েটাৰ 1996
ছাংলট ফেনলা (মহেন্দ্ৰ বৰঠাকুৰ) : হেঙুল থিয়েটাৰ 1996
সাগৰলৈ বহু দুৰ (মহেন্দ্ৰ বৰঠাকুৰ) : কহিনুৰ থিয়েটাৰ 1996
চাবুক (মুনীন বৰুৱা) : শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰ 1996
জ্বালামুখী (জিতেন শৰ্মা) : থিয়েটাৰ ভাগ্যদেৱী 1996
চাবুক (মুনীন বৰুৱা) : শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰ 1996
স্বৰ্ণজয়ন্তী (ভবেন্দ্ৰ নাথ শইকীয়া) : আৱাহন থিয়েটাৰ 1997
গোলাম (মুনীন বৰুৱা) : থিয়েটাৰ ভাগ্যদেৱী 1997
নাস্তিক (সেৱাব্ৰত বৰুৱা) : হেঙুল থিয়েটাৰ 1997
তেজ (হেমন্ত দত্ত) : কহিনুৰ থিয়েটাৰ 1998
ৰম্যভূমি (ভবেন্দ্ৰ নাথ শইকীয়া) : আৱাহন থিয়েটাৰ 1998
বৰ্ণমালা (ভবেন্দ্ৰ নাথ শইকীয়া) : আৱাহন থিয়েটাৰ 1998
অচল সুঁতি (মহেন্দ্ৰ বৰঠাকুৰ) : হেঙুল থিয়েটাৰ 1998
হাত (সেৱাব্ৰত বৰুৱা) : বৰদৈচিলা থিয়েটাৰ 1999
বিষ্ণুপ্ৰসাদ (মহেন্দ্ৰ বৰঠাকুৰ) : কহিনুৰ থিয়েটাৰ 1999
শতাব্দী (ভবেন্দ্ৰ নাথ শইকীয়া) : আৱাহন থিয়েটাৰ 1999
সমীৰন বৰুৱা আহি আছে (অভিজিত ভট্টাচাৰ্য্য) : আৱাহন থিয়েটাৰ 2000
অনুৰাধাৰ দেশ (হেমন্ত দত্ত) : কহিনুৰ থিয়েটাৰ 2000
শুভ সংবাদ (ভবেন্দ্ৰ নাথ শইকীয়া) : আৱাহন থিয়েটাৰ 2001
এমুঠি তৰাৰ জিলমিল (মহেন্দ্ৰ বৰঠাকুৰ) : থিয়েটাৰ প্ৰাগজ্যোতিষ 2001
আবেলিৰ ৰং (মহেন্দ্ৰ বৰঠাকুৰ) : কহিনুৰ থিয়েটাৰ 2002

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!