নিসংঙ্গতা (ভবিতা দাস)

মই অনুভৱ কৰোঁ
মোৰ বাবে নিসংগতা যেন
কেতিয়াও নুফুৱা এটি গোৱালৰ বাঁহী
হেঙুলীয়া সুৰ এটিত ওলমি থাকে
গৰখীয়া বেলি।।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!