ফাগুন নামি আহে মোৰ বুকুৱেদি… (প্রীতিৰেখা দাস  ) 

ফাগুন নামি আহে মোৰ বুকুৱেদি
 

  • প্রীতিৰেখা দাস

 
ধূলিৰ নিজৰা এটা হৈ
ফাগুন নামি আহিল মোৰ বুকুৱেদি ৷
চকুত চকু থৈ পিন্ধালে আলফুলে
মোৰ দেহত হালধীয়া সাজ ৷
মইচোন আছিলোঁ সেউজীয়া….
ফাগুনৰ পোছোৱাত উৰি ফুৰা
হৈ পৰিলোঁ এটি চঞ্চলা
হালধীয়া পখিলা ৷
 

One thought on “ফাগুন নামি আহে মোৰ বুকুৱেদি… (প্রীতিৰেখা দাস  ) 

  • April 4, 2014 at 1:42 pm
    Permalink

    কিবতা তু পিঢ় ভাল লিগল…!

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!