বসন্তৰ চিঠি ( মধুমিতা বৰুৱা শইকীয়া )

boxontor sithi_Madhumita.

দৰিকামুখত হুৰহুৰাই পৰিছে মুষলধাৰ শিলাবৃষ্টি
পলসুৱা হৈছে কনেঙৰ বুকুৰ দেশ,
পলাশী দুপৰ বেলাত কালিয়েই আহিলে
কোমল কুঁহিপাত সুগন্ধি চিঠি
তাইৰ উকা অনামিকাই পিন্ধিব,
বিৰিণা পাতৰ আঙুঠি।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!