3 thoughts on “বানান (-কমল দাস)

  • December 17, 2017 at 1:46 pm
    Permalink

    কমল দাস ডাঙৰীয়া , আপোনাৰ আৰ্টিকূল পঢ়ি যথেষ্ঠ উপকৃত হৈছো । আশা কৰিলো আৰু নতুন নতুন ,, আনিব বুলি । ডাউনলোডো কৰিছো । বহুত ধন্যবাদ থাকিল ।

    Reply
  • December 19, 2017 at 5:35 pm
    Permalink

    য-কাৰ নে য় -কাৰ ? আমি য়-কাৰ বুলিহে জানো ৷

    Reply
  • September 26, 2019 at 11:35 pm
    Permalink

    ডাঙৰীয়া আপুনিচোন আমাৰ অসমীয়া সংবিধানখনকে ভূল বুলিলে,সংবিধানত লিখা আছে যে আখৰ লিখোতে কৰা অশুদ্ধতাক( ভূল )হয়,আৰু আপুনি এইটো (ভূল)শব্দকে অশুদ্ধ কৰি পেলালে,আপুনি কোৱা ভুলটো লিখা হয় যেনে মানুহক (ভুল )পথে পৰিচালিত নকৰিব

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!