ব্যস্ততা -(ৰক্তিম শৰ্মা)

raktim sarmaআহৰি নথকা এখন জগতত
তোমালোক ব্যস্ত
প্ৰতিটো পলেই ল্যবান তোমালোকৰ
মই বেফিকিৰ, কৰ্মহীন বা সময়ৰ ডিঙি চেপা জল্লাদ

মোৰ বাবে সময় মাত্ৰ মোৰ নহয়
সেয়ে তোমালোকৰ বাবে
জীৱন ঘড়ীৰ কাটাবোৰ মই আজুৰি পেলাই দিলোকেতিয়াবাই
সেই কাইটবোৰত উজুটি খাওঁ
আজি ৰাজপথ জুৰি
মোৰ ৰক্তাক্ত ভৰিৰ তলুৱাৰ তেজ ৰঙা ছাপ
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!