শামুক (মিতালী বৰ্মন)


এখন সাগৰৰ দুষ্যন্ত প্ৰেমত
মই শকুন্তলা
তোমাৰ দুবাহুৰ অগ্নিগড়ত
ঊষা হ’ব বিচাৰোঁ মই
অথচ মোৰেই স্বপ্নেৰে
আশাৰ পাল তৰা এজাক মানুহ
মোৰ মাজতেই সিহঁতে বিচাৰে
সুখৰ এচমকা উৰ্মিলা হাঁহি!!
—–**—–

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!