শিৱ প্রসাদ মাৰাৰৰ “আশা”

শিৱ প্রসাদ মাৰাৰৰ “আশা”

শিৱ প্রসাদ মাৰাৰ সাম্প্রতিক অসমৰ আটাইতকৈ স্নেহধন্য শিল্পী সকলৰ মাজত এজন। তেওঁ আইফেকচ (AIFACS) দ্বাৰা আয়োজিত ৮৪-তম বার্ষিক সর্বভাৰতীয় শিল্প প্রদর্শণীৰ (Annual All India Art Exhibition 2011) ভাষ্কর্য শিতানত পুৰষ্কৃত হোৱাত আমি গৌৰৱ অনুভৱ কৰিছোঁ। ৭ ডিচেম্বৰ ২০১১ তাৰিখে দেশৰ স্বনামধন্য শিল্পী পৰমজিৎ সিঙে এই পুৰষ্কাৰ শিৱ প্রসাদ মাৰাৰক আনুষ্ঠানিক ভাবে প্রদান কৰে। তেওঁৰ পুৰষ্কৃত শিল্পকর্মটিৰ নাম “আশা” (Hope)।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!