হে স্বাধীনতা(-ইন্দ্ৰনীল গায়ন)

হে স্বাধীনতা
এতিয়াওঁ জ্বলিছে তোমাৰ চৌপাশ,
দিকহাৰা, ঘৰহীনা, বস্ত্ৰহীনতাৰ কোলাহলৰে..

তেওঁলোকে আশ্ৰয় বিচাৰিছে নিৰাপত্তাৰ,
তুমি দিব পাৰিবানে…
তোমাৰ ভগ্নদৈন্যতাৰ হৃদয়ত সাৰে থাকিবলৈ
এধানিমান নিৰাপত্তাৰ আশ্ৰয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!