ৰাজনীতি (যোগেন তামুলী)

ওচৰ চাপি নাহিবি তই
মোৰ দেওলগা হাত

বৰষুণে মাটি নুচোৱা বতৰ

তোৰ আছেনো কোন ?
যাক চাই পাহৰিবি মোক ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!