ৱিকিপিডিয়া:প্ৰচাৰপত্ৰিকা :: নৱেম্বৰ, ২০১৫

অসমীয়া ৱিকিপিডিয়াৰ পৰা

নিৰ্বাচিত প্ৰবন্ধ

ক্ভাস্কো দা গামাৰ এখন প্ৰতিচ্ছবি

ভাস্কো দা গামা (ইংৰাজী:  Vasco da Gama) এগৰাকী পৃথিৱী বিখ্যাত পতুৰ্গীজ ভ্ৰমণকাৰী৷ তেওঁ সম্পূৰ্ণ সাগৰীয় পথেৰভাৰতত উপস্থিত হোৱা প্ৰথমগৰাকী ইউৰোপীয় ব্যক্তি আছিল৷তেওঁৰ ভ্ৰমণে এছিয়া আৰু ইউৰোপক সংযোগ কৰাৰ লগতে আটলাণ্টিক মহাসাগৰ আৰু ভাৰত মহাসাগৰকো সংযোগ কৰিছিল৷তেওঁ প্ৰথমটো ভাৰতমুখী ভ্ৰমণতে(১৪৯৭-১৪৯৯) এই কাম সম্পূৰ্ণ কৰিছিল৷ভাস্কো দা গামাৰ এই আৱিষ্কাৰ গোলকীয় সাম্ৰাজ্যবাদৰ ইতিহাসত অতি তাৎপৰ্য্যপূৰ্ণ আছিল কাৰণ এই ভ্ৰমণৰ দ্বাৰাই এছিয়া মহাদেশত দীৰ্ঘকালীন উপনিৱেশ স্থাপনৰ পথ মুকলি হৈছিল৷তেখেতৰ দ্বাৰা আৱিষ্কৃত পথটোৱে বিবাদপূৰ্ণ ভূমধ্য সাগৰ আৰু বিপদজনক আৰবীয় উপদ্বীপ পাৰ হোৱাৰ পৰা ৰেহাই দিছিল কাৰণ গোটেই পথটো আছিল সাগৰীয়৷তেওঁ অহা যোৱা মিলাই অতিক্ৰম কৰা দূৰত্বৰ দৈৰ্ঘ্য সেই সময়ৰ সৰ্বাধিক ভ্ৰমণ দৈৰ্ঘ্য আছিল৷আৰু এই দৈৰ্ঘ্য বিষুৱৰেখাৰ দৈৰ্ঘ্যতকৈয়ো বেছি আছিল৷১৪৯৮চনৰ ২০মে’ত ভাস্কো দা গামাই ভাৰতৰ কালিকট(Calicut) বন্দৰত উপস্থিত হ’বলৈ সক্ষম হৈছিল৷ইয়াৰ পিছতো তেওঁ আৰু দুটা ভাৰত অভিমুখী নৌযাত্ৰাৰ নেতৃত্ব দিছিল৷১৫১৯চনত তেখেতক ভাইচৰয় উপাধি দি ভাৰতত থকা পতুৰ্গীজ সাম্ৰাজ্যৰ গভৰ্ণৰ হিচাপে নিযুক্তি দিয়া হৈছিল৷১৫১৯চনত নগঠিত ভিডিগুৱেৰা(Vidiguera)ৰ কাউণ্টৰ পদবী প্ৰদান কৰা হৈছিল৷তেখেতৰ প্ৰথম ভ্ৰমণটো বিশ্ব বুৰঞ্জীত মাইলৰ খুঁটি বুলি বিবেচনা কৰা হয় কাৰণ এই ভ্ৰমণৰ ফলতেই গোলকীয় বহুসাংস্কৃতিক ধাৰণাৰ ঢৌ আৰম্ভ হয়

বিতংকৈ পঢ়ক…

নিৰ্বাচিত চিত্ৰ

অক্টোবৰ ২০১৫ ত সৃষ্টি কৰা প্ৰবন্ধসমূহ

  1. ‎‎সত্যেন্দ্ৰনাথ বসু
  2. ‎‎কাৰ্বি ভাষা
  3. ‎‎শেৱালী ফুল
  4. ‎সৰিয়হ গুটি
  5. ‎ভাৰতৰ শিক্ষা
  6. ‎সৰিয়হ
  7. ‎‎জাহীৰ খান
  8. ‎মোহন ভাগৱত
  9. ‎‎শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়
  10. ‎শূন্যৰে হৰণ
  11. ‎‎বিনায়ক-টেন
  12. ‎‎মান্য চীনা ভাষা
  13. ‎‎বিয়েৰ
  14. ‎‎ভাস্কো দা গামা
  15. ‎দিনলিপি
  16. ‎ ‎‎প্ৰতিদিন টাইম
  17. ‎‎অগ্নি ৩
  18. ‎‎বিশ্ব মানসিক স্বাস্থ্য দিৱস
  19. ‎‎ফলৰ ৰস
  20. ‎‎ৰাসায়নিক অণু
  21. ‎লৱণ
  22. ‎‎কাকজান চাহ বাগিছা
  23. ‎‎‎ক্ষাৰ
  24. ‎‎জিৎ গাংগুলী
  25. ‎‎চৰাইদেউ জিলা
  26. ‎অম্ল
  27. ‎ৰাসায়নিক যৌগ
  28. ‎‎পানী শিঙৰি
  29. ‎‎কাঞ্জি
  30. ‎এপ্ৰ’পিডিয়া
  31. আল ইখলাছ
  32. ‎‎কাৰ্বন
  33. ‎চুৰা ইখলাছ।আল ইখলাছ
  34. ‎‎মাইঅ’কাৰ্দিয়েল ইনফাৰ্কচন
  35. ‎‎নিক’টিন
  36. ‎‎অসম চাহ
  37. ‎‎প্লাটিপাছ
  38. ‎‎বিশ্বমাৰী
  39. ‎‎ধঁপাত
  40. ‎শকুন্তলা আৰু শংকৰ যোচেফ আলি‎
  41. ‎বধিৰতা
ৱিকিপত্রিকা নৱেম্বৰ বেনাৰ.jpeg

ৱিকিপিডিয়ানৰ মনৰ কথা

উল্লেখনীয় কাম

পদক

পদক
পাওঁতাৰ নাম
SpecialBarnstar.pngবিশেষ বঁটা
দীপ জ্যোতি
Bio barnstar2.pngজীৱবিজ্ঞানৰ ভোটাতৰা
দিব্য দত্ত
Wiki medal.jpgনিৰ্বাচিত প্ৰবন্ধ পদক
বিদ্যুৎ শৰ্মা

সম্পাদনাৰ পৰিসংখ্যা

মিডিয়াৱিকি প্ৰকল্পৰ অন্তৰ্গত সকলো ৱেবচাইটৰ বিভিন্ন পৰিসংখ্যা “ৱিকিমিডিয়া ষ্টেটিষ্টিক্স” ৱেবচাইটত সঞ্চিত কৰি ৰখা হয়। অসমীয়া ৱিকিপিডিয়াৰ পৰিসংখ্যাও ইয়াতে চাব পাৰি। সংশ্লিষ্ট কেইটামান লিংক তলত দিয়া হ’ল।

ক্ৰমিক নং সদস্য ৱিকিপিডিয়াৰ সম্পাদনা সংখ্যা ৱিকিউৎসৰ সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
দিব্য দত্ত ২৪৫ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙনি )
অংশুমান দত্ত ১১০ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙনি )
গীতাৰ্থ বৰদলৈ (কাৰিকৰী সহায়ক) ৪০ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙনি )
জলী বৰা ৩৯ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙনি )
ৰাম কিংকৰ মহন্ত ২১ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙনি )
Dewdhai ২১ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙনি )
হীৰক নয়ন ভূঞা ২০ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙনি )
প্ৰভাকৰ শৰ্মা নেওগ (কাৰিকৰী সহায়ক) ১৯ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙনি )
বিদ্যুৎ শৰ্মা ১৮ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙনি )
১০ চন্দন চিৰিং ফুকন ১৫ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙনি )
১১ ঈশান কাশ্যপ হাজৰিকা ১৩ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙনি )