শোভা – অংকুমণি ডেকা

মিথ্যাৰ অপলাপত জাহ যায়
এটি মধুময় সপোনৰ ঘৰ৷
কত আছে মানবতা?
ভোগলিপ্সাৰ বাসনাত কামাতুৰ
এজাক যাত্ৰী৷
অথচ যাত্ৰাৰ শেষত
এটি জড় পদাৰ্থ
প্ৰশান্তিৰ চাব অতীত গৰ্ভত
জাহ যোৱা৷
নুবুজে, মূল্য কৰ্মত নহয়
শোষণতহে৷
যিয়ে যাকে পাই বাগী কুঠাৰ চলাই৷
অথচ জেদ বাঢ়ে৷
প্ৰশান্তিৰ সুকোমল আভাই
সমস্ততাত আৱৰি ৰাখে৷
সপোন ভাঙে হয়
যাত্ৰাৰ শেষত প্ৰাপ্তি এক
মধুময় যৱনিকা৷

One thought on “শোভা – অংকুমণি ডেকা

  • June 24, 2020 at 12:26 pm
    Permalink

    সুন্দৰ

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!