নিজম নিশা (- মধুস্মিতা দাস)

নিজম নিশা


মধুস্মিতা দাস


 
 

পতংগবোৰ বগাই ফুৰিছে

মোৰ বুকুৰ মাজত

ৰাখিছো মই সিহঁতক

মোৰ বন্ধ কোঠাত

আছে মাথো এক নিস্তব্ধ সংঘাত;

 

নিজম নিশা

সাৰে আছো মই

নিদ্ৰা-তন্দ্ৰাৰ আলস্যক দমন কৰিI

 

 
 
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!