অসমীয়া ৱিকিপিডিয়া : প্ৰচাৰপত্ৰিকা :: ডিচেম্বৰ, ২০১২

অসমীয়া ৱিকিপিডিয়া : প্ৰচাৰপত্ৰিকা

ডিচেম্বৰ/জানুৱাৰী, ২০১২ ত অসমীয়া ৱিকিপিডিয়াত ঘটা উল্লেখনীয় কামসমূহৰ খতিয়ান:

* ২০০০ প্ৰবন্ধ সম্পূৰ্ণ (১৩ জানুৱাৰী, ২০১৩)

ভাল প্ৰবন্ধ

পূৰ্বৰ প্ৰবন্ধসমূহ ……

 

অন্যান্য কেইটামান উল্লেখনীয় প্ৰবন্ধ

নিৰ্বাচিত চিত্ৰ

 

অসমীয়া ৱিকিউৎসৰ উল্লেখনীয় কাম

 

ৱিকিপিডিয়া পদক

 

সক্ৰিয় সদস্যসকল

এই পৃষ্ঠাখন শেহতীয়াভাৱে ১৫ জানুৱাৰী, ২০১৩ ’ত ০০:০০ বজাত নৱীকৰণ কৰা হৈছে। বিগত ৩০ দিনত অসমীয়া ৱিকিপিডিয়ালৈ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়োৱা সদস্যসকলৰ নাম আৰু সম্পাদনা পৰিসংখ্যা এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। বিশেষ কাৰণবশতঃ এই তালিকাত ১০ টাতকৈ কম সম্পাদনা কৰা সদস্যসকলৰ নাম আৰু প্ৰশাসকৰ দৃষ্টিত অগুৰুত্বপূৰ্ণ সম্পাদনা কৰা সম্পাদকৰ নাম আঁতৰাই ৰখা হৈছে। এই তালিকাখন সক্ৰিয় ব্যৱহাৰকাৰীৰ তালিকাখনৰ এক সম্পাদিত ৰূপ। তথ্যৰ সত্যতা নিৰূপণ কৰিবৰ বাবে আপুনি এই সংযোগটো পৰীক্ষা কৰিব পাৰে।

ক্ৰমিক নং সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
অনিমেষ বৰা ৯৫৪ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· চিত্ৰাংকিত সম্পাদনা তথ্য· গোলকীয় বৰঙণি )
বিষ্ণু শইকীয়া (প্ৰশাসক) ৭৮৯ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· চিত্ৰাংকিত সম্পাদনা তথ্য· গোলকীয় বৰঙণি )
নিতুল বৰা ১৭৬ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· চিত্ৰাংকিত সম্পাদনা তথ্য· গোলকীয় বৰঙণি )
বাবুল বৈশ্য ১৬২ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· চিত্ৰাংকিত সম্পাদনা তথ্য· গোলকীয় বৰঙণি )
গীতাৰ্থ বৰদলৈ ১২৮ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· চিত্ৰাংকিত সম্পাদনা তথ্য· গোলকীয় বৰঙণি )
চন্দন চিৰিং ফুকন ১২৭ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· চিত্ৰাংকিত সম্পাদনা তথ্য· গোলকীয় বৰঙণি )
চাইপাও বৰুৱা (প্ৰশাসক) ৯৩ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· চিত্ৰাংকিত সম্পাদনা তথ্য· গোলকীয় বৰঙণি )
জলি বৰা ৪৭ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· চিত্ৰাংকিত সম্পাদনা তথ্য· গোলকীয় বৰঙণি )
নয়নজ্যোতি শৰ্মা ৩৩ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· চিত্ৰাংকিত সম্পাদনা তথ্য· গোলকীয় বৰঙণি )
১০ পংকজ জ্যোতি মহন্ত ২৫ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· চিত্ৰাংকিত সম্পাদনা তথ্য· গোলকীয় বৰঙণি)
১১ চন্দন চিৰিং ফুকন ১৯ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· চিত্ৰাংকিত সম্পাদনা তথ্য· গোলকীয় বৰঙণি)
১২ অংশুমান ১৫ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· চিত্ৰাংকিত সম্পাদনা তথ্য· গোলকীয় বৰঙণি)
১৩ দ্বিজেন মহন্ত ১৫ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· চিত্ৰাংকিত সম্পাদনা তথ্য· গোলকীয় বৰঙণি)
১৪ মঞ্জিল কোঁৱৰ ১৩ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· চিত্ৰাংকিত সম্পাদনা তথ্য· গোলকীয় বৰঙণি)

বিস্তৃত তালিকা….

 

 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!