সাক্ষাৎকাৰঃ দুলাল মানকি

সাক্ষাৎকাৰঃ দুলাল মানকি সাক্ষাৎগ্ৰহণঃ জয়ন্ত প্ৰীতম এই সংখ্যাটো আমি যিহেতু আমাৰ লোক সংস্কৃতিৰ ওপৰত প্ৰস্তুত কৰিব বিচাৰিছিলোঁ সেয়ে আমি ঝুমুৰ

Read more

সাক্ষাৎকাৰঃ দেৱীচৰণ বৰা

সাক্ষাৎকাৰঃ দেৱীচৰণ বৰা সাক্ষাৎগ্ৰহণঃ জয়ন্ত প্ৰীতম দেৱীচৰণ বৰা এজন অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া। তেওঁ পুৰণি হেৰাই যোৱা আধুনিক গীতসমূহৰ ওপৰত নীৰৱে

Read more

লোক-খাদ্য

লোক-খাদ্য লেখক- নিবেদিতা ৰাজকুমাৰী “ইৰ’ম্বা”ইৰ’ম্বা বা জোল পিটিকা হৈছে মণিপুৰীসকলৰ দৈনন্দিন জীৱনত প্ৰস্তুত কৰা এবিধ পৰম্পৰাগত চাটনি। সহজলভ্য যিকোনো পাচলি,

Read more

গংগাৰাম পালোৱান আৰু বঙলা ঘৰৰ ভূতঃ এখন মনোগ্ৰাহী কিতাপ

গংগাৰাম পালোৱান আৰু বঙলা ঘৰৰ ভূতঃ এখন মনোগ্ৰাহী কিতাপ লেখক- কৰবী দত্ত ডঃ প্ৰণৱজ‍্যোতি ডেকাৰ সাধুকথাৰ কিতাপ “গংগাৰাম পালোৱান আৰু

Read more

দেহোপজীবিনীঃ এক নিষিদ্ধ গছৰ ফল

দেহোপজীবিনীঃ এক নিষিদ্ধ গছৰ ফল লেখক- গীতালি দাস দেহোপজীবিনী বা বেশ্যা। শব্দটো সভ্য সমাজৰ নহয়। শব্দটো দিনৰ পোহৰত উচ্চাৰণ কৰিব

Read more

সাক্ষাৎকাৰ: অসমৰ ভিন্ন প্ৰজন্মৰ বিশিষ্ট নাট্যকৰ্মীৰ মনৰ ভাৱ

সাহিত্য ডট্ অৰ্গৰ এই মাহৰ সংখ্যাটি নাটক বিশেষ সংখ্যা হিচাপে সজাবলৈ মনস্থ কৰা হৈছিল। সেই উদ্দেশ্যে আগত ৰাখি এইবাৰ সাক্ষাৎকাৰ

Read more

অসমৰ আধুনিক নাট্য চৰ্চা আৰু ইয়াৰ সমস্যাসমূহ – ড॰ মৃণাল জ্যোতি গোস্বামী, ড° জোনমণি গগৈ

নাটক বুলি ক’লে আমি সাধাৰণতে জীৱনক জুকিয়াই চাব পৰা এক শিল্পৰ কথাই বুজোঁ৷ অসমীয়া নাটকৰ ইতিহাস শংকৰদেৱৰ পৰাই আৰম্ভ হৈছে৷

Read more

অসমীয়া নাটক: পৰীক্ষা আৰু প্ৰত্যাহ্বান — সপোনজ্যোতি ঠাকুৰ

অসমীয়া নাটকৰ সুদীৰ্ঘ পৰম্পৰা আছে। বিভিন্ন লোকনাট্যৰ উপৰি মহাপুৰুষীয়া শাস্ত্ৰসন্মত নাট্যপৰম্পৰা অসমত আছে। এই নাটক বিলাকৰ প্ৰতি আমাৰ দৰ্শকৰ এৰাব

Read more

সামূহিক তথ্যচিত্ৰ আৰু ডিজিটেল অন্তৰ্ভুক্তিকৰণ — মনস্বিনী মহন্ত

১৯৫০-৬০ৰ দশকত কম ওজনৰ লগতে সহজতে ব্যৱহাৰ কৰিব পৰা কেমেৰা তথা অন্যান্য দৃশ্যগ্ৰহণৰ সজুঁলিবোৰ সুলভ মূল্যত বজাৰত উপলব্ধ হোৱাৰ সমান্তৰালভাৱে

Read more

বিনিময় প্ৰথা আৰু সম্প্ৰীতিৰ চানেকি জোনবিল মেলাৰ ঐতিহ্যৰ আঁতিগুৰি বিচাৰি — হেমন্ত শইকীয়া

জোনবিল মেলা। বহুদিনৰপৰা শুনি থকা এখন মেলাৰ নাম। মৰিগাওঁ জিলাৰ জাগীৰোডৰপৰা প্ৰায় তিনি কিলোমিটাৰ উত্তৰে ‘ জোনবিল’ নামৰ বিলখনৰ দাঁতিত

Read more

সপ্তম অধ্যায় : জোনাকী যুগৰ অসমীয়া সাহিত্য— ড° মৃণাল জ্যোতি গোস্বামী

৭.৩.৫ অন্যান্য সাহিত্য ৰোমাণ্টিক যুগৰ অসমীয়া সাহিত্যত প্ৰবন্ধ বা সমালোচনা সাহিত্য, জীৱনী, ৰম্য-ৰচনা আদিয়েও বিশেষ স্থান অধিকাৰ কৰি আছে৷ প্ৰসংগক্ৰমে

Read more

লোকনাট্যাভিনয়ৰ বিশেষ ৰূপ যাত্ৰাপাৰ্টিৰ কিছু ইতিহাস বিচাৰি — ধীৰেন শইকীয়া

অসমৰ লোকনাট্যাভিনয়ৰ এটি বিশেষ ৰূপ হ’ ল যাত্ৰাপাৰ্টি। শংকৰদেৱে অসমত সৃষ্টি কৰা অংকীয়া ভাওনাৰ ছাঁ লৈ অসমত প্ৰথম সৃষ্টি হয়

Read more

খেল ধেমালি: শিশুৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক বিকাশৰ ভেটি

যুগললোচন দাস বৰ্তমান আমাৰ জীৱন শৈলীত খেল-ধেমালিয়ো এক অপৰিহাৰ্য অংগ হৈ পৰিছে। ক্ৰীড়া এনে এটি গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে যে

Read more

বৃহৎ আফ্ৰিকীয় শামুক: কৃষিখণ্ডৰ বাবে এক প্ৰত্যাহ্বান — পাৰ্থপ্ৰতীম জ্ঞানোদয় দাস

গৰমকালি ধীৰে ধীৰে প্ৰত্যাৱৰ্তন হোৱাৰ লগে লগে কৃষিভূমিত লাহে লাহে এবিধ অনিষ্টকাৰী শামুকৰো আগমন ঘটা প্ৰায়ে লক্ষ্য কৰা যায়। ৰঙচুৱা

Read more

আইজাকৰ প্ৰিজম: আমাৰ মঞ্চ, আমাৰ দৰ্শক — নিজৰা ৰাজকুমাৰী

ৰবাৰ্ট হুকে পোহৰৰ কথা ইমান ভুলকৈ কিয় কৈ ফুৰিছে বাৰু? হ’ ব পাৰে তেওঁ সেইসময়ৰ বিশিষ্ট বিজ্ঞানী, সেইবুলিয়েই আইজাক নিউটনেনো

Read more

বিস্ময়কৰ ব্ৰহ্মাণ্ড: ডাৰ্ক মেটাৰ — দেৱযানী বৰদলৈ কাকতি

অসীম ৰহস্যৰে ভৰা অনন্ত ব্ৰহ্মাণ্ডৰ বিষয়ে মানুহে যিমানেই জানিবলৈ চেষ্টা কৰিছে সিমানেই নতুন নতুন তথ্য পোহৰলৈ আহিছে। আমাৰ গ্ৰহ, নক্ষত্ৰ,

Read more

আধুনিক অসমীয়া নাট্য ঐতিহ্য আৰু জ্যোতিপ্ৰসাদৰ লভিতা — অশ্বিনী কলিতা

অসমীয়া আধুনিক নাটকৰ আত্মপ্ৰকাশ ঘটিছিল ১৮৫৭চনত; গুণাভিৰাম বৰুৱাৰ ৰাম নবমীৰ ৰূপত। সেয়া আছিল অসমীয়া মধ্য শ্ৰেণীৰ উপজিপুৱাৰ সময়, প্ৰথাগত প্ৰমূল্য

Read more

শৃংগাৰঃ নবীনৰ পঠনযোগ্য এক সৃষ্টি

উপন্যাসিক–নীলোৎপল তালুকদাৰ পৰ্যালোচক– হৰ্ষজিৎ কলিতা অসমীয়া উপন্যাসৰ ক্ষেত্ৰত যোৱা কেইটামান বছৰত দেখা পোৱা এক বৈশিষ্ট্য হ’ল ইয়াত নবীনৰ অংশগ্ৰহণৰ সংখ্যালঘিষ্ঠতা।গল্প

Read more

বাঁ‌হী সুৰে কংসচক্ৰ নাচে — জয়ন্ত আকাশ বৰ্মন

আকাশখন যেন গিৰিসকৈ খহি পৰিব। বিজুলী-ঢেৰেকনি, হিৰ-হিৰ, গিৰ-গিৰ কলহৰ কাণে ঢলা প্ৰচণ্ড নিৰৱচ্ছিন্ন বৰষুণ। মাটিৰ মজিয়াখনৰ গাঁ‌ত এটাৰ পৰা নিগনি

Read more

গিলাছ পিঠা — বৰ্ণালী পবিত্ৰ শৰ্মা

উপকৰণসমূহ: ১/আৰৈ চাউল চাৰিকাপ ২/নাৰিকল ৰুকা ডেৰকাপ ৩/চেনী একাপ ৪/ভজা বাদাম এমুঠি ৫/পানী আধাকাপ ৬/পৰিবেশনৰ বাবে চেৰী কেইটামান প্ৰণালী: চাউলখিনি

Read more

দন্ত চিকিৎসা, কলা আৰু বিজ্ঞান — ডাঃ ৰীতি কৌশিক

এক বিশাল পৰিসৰৰ সমস্তি দন্ত বিভাগ। কেইটামান শাৰী বা অলপমান ভাষাত সীমাবদ্ধ কৰিব পৰা নাযায় ইয়াক। এটা লিখনিৰ মাজেৰে দন্ত

Read more

“ছিলিকন ভেলী” – উদ্ভাৱন আৰু ব্যৱসায়ৰ বৰঘৰ — ধ্ৰুবজ্যোতি কাকতি

বৰ্তমানৰ পৃথিৱীখন অতীতৰ বহু স্বপ্নদ্ৰষ্টাৰ গভীৰ অধ্যৱসায় আৰু উজাগৰী ৰাতিৰ চিন্তাৰ ফচল। পৃথিৱীৰ এনে বহু অঞ্চল আছে যি সমূহ ভৱিষ্যতৰ

Read more

এই সংখ্যাৰ আঁৰত

সম্পাদক: তুষাৰ ৰঞ্জন কাশ্যপ‌। বেটুপাত: সীমান্ত দাস, ডা° হিতেশ্বৰ শৰ্মা। সাক্ষাৎকাৰ গ্ৰহণ: তুষাৰ ৰঞ্জন কাশ্যপ। সাক্ষাৎকাৰত বিশেষ সহায়: ড° মৃণালজ্যোতি

Read more

বিশ্বাস আস্থা আৰু এটি আহিনবুলিয়া সপোন — গায়ত্ৰী প্ৰান্তিক শৰ্মা

চকীখনৰ হাত থোৱা ঠাইডোখৰৰ দুয়োকাষে হাত দুখন পেলাই বহি ৰৈছে প্ৰবাল। কাঠৰ চকীখনৰ পৰা ওলোমাই ৰখা ভৰি দুখন তুমৰলি দিছে

Read more

আঁঠুৱাৰ সিপাৰে: ভুক্তভোগীৰ ডায়েৰী — মানস প্ৰতিম বৰা

মানুহৰ আচৰণ বুজি পাবৰ বাবে মনোবিজ্ঞান, দৰ্শন আদি অধ্যয়ন কৰাটো জৰুৰী সঁচা, কিন্তু বাস্তৱ ক্ষেত্ৰত মহ-মাখিৰ আচৰণ বুজি নাপালেহে দেখোন

Read more

আম্ৰপালী: বৰ্ণিল দস্তাবেজৰ স্বৰ্ণিল লিপি — পৰী পাৰবীন

পঞ্চদশ খণ্ড:   চুবুৰীয়া অংগৰাজ্য জয় কৰি মগধত ভৰি দিলে ৰজা বিম্বিসাৰে। জয়ৰ উল্লাসত সিদিনা সমগ্ৰ ৰাজ্য উত্ৰাৱল। ৰাজপথত পুষ্পৰ

Read more

অসমৰ এগৰাকী নীৰৱ সাহিত্যসেৱী উপেন্দ্ৰ বৰকটকীদেৱৰ সৈতে সাক্ষাৎকাৰ

উপেন্দ্ৰ বৰকটকীদেৱ অসমৰ এগৰাকী নীৰৱ সাহিত্যসেৱী৷ ১৯৪২ চনৰ ২৬ অক্টোবৰত নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ হাটবৰত জন্মলাভ কৰা তেওঁৰ পিতৃৰ নাম আছিল 

Read more

বিভিন্ন জনগোষ্ঠীৰ মাজত মাঘ বিহুৰ ৰেহৰূপ –ধীৰেন শইকীয়া

অসমীয়া লোকসংস্কৃতিৰ বৰপেৰা তিনিওটা বিহুৰ ভিতৰত মাঘবিহু অন্যতম। প্ৰায়বোৰ জনগোষ্ঠীৰ মাজত মাঘ বিহুৰ ৰেহৰূপ সুকীয়া সুকীয়া দেখা যায়। মাঘ বিহু

Read more

মাঘ মাহত পালিত জনগোষ্ঠীয় লোকসংস্কৃতি: এক চমু আলোকপাত — কলচুম বিবি

প্ৰাচীন কালৰে পৰা অসমলৈ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকৰ প্ৰব্ৰজন ঘটি আহিছে। বিভিন্ন সময়ত অহা এই লোকসকল মূলতঃ অষ্ট্ৰিক, মংগোলীয় আৰু দ্ৰাবিড়

Read more

বৰপেটাৰ মাঘ বিহু — ধ্ৰুৱজিৎ তহবিলদাৰ

অসমীয়া সংস্কৃতি সমন্বয়ৰ সংস্কৃতি। অসমৰ বিভিন্ন জাতি-জনজাতিৰ সাংস্কৃতিক উপাদানৰ সমন্বয়ত বৃহত্তৰ অসমীয়া সমাজ-সংস্কৃতি গঢ়ি উঠিছে। বিভিন্ন নদ-নদীৰ বোৱতী পানী লগ-লাগি

Read more

দৰঙৰ বড়ো, শৰণীয়া কছাৰী আৰু ৰাভা জনগোষ্ঠীয়ে পালন কৰা ভোগালী বিহু — অজয় বৰুৱা

উৎসৱ-পাৰ্বণেই হ’ল এটা জনগোষ্ঠীৰ স্পষ্ট প্ৰতিচ্ছবি। যাৰ দ্বাৰা এটা জাতিক পৰিষ্কাৰ কৰি চিনিব, জানিব পাৰি। অসমৰ অন্যান্য জিলা সমূহৰ লগতে

Read more

ঢকুৱাখনা-ধেমাজি অঞ্চলৰ মাঘবিহু — দেৱকৃষ্ণ বৰুৱা

জাতি একোটাৰ কিছুমান উমৈহতীয়া সাংস্কৃতিক পৰম্পৰা থাকে, যিবিলাক জনগোষ্ঠী, ধৰ্ম নিৰ্বিশেষে পালন কৰে। উদাহৰণস্বৰূপে অসমীয়াৰ বিহু তিনিটাৰ কথা ক’ব পাৰি।

Read more

বহিঃগ্ৰহৰ সন্ধান আৰু মহাকাশ বিজ্ঞানৰ আশ্চৰ্যজনক কৌশল – ভাৰ্গৱ বৰঠাকুৰ

পৃথিৱী তথা আমাৰ সৌৰজগতৰ পৰা বহু হাজাৰ কোটি দূৰত্বত অৱস্থান কৰা গ্ৰহবোৰক বিজ্ঞানীসকলে কেনেকৈ বাৰু বিচাৰি উলিয়ায়? কথাবোৰ ভাবিবলৈ কিবা

Read more

পাতিদৰং অঞ্চলৰ মাঘৰ দোমাহী — খগেশ সেন ডেকা

কামৰূপ জিলাৰ উত্তৰ-পূব সীমান্ত অঞ্চলটো অতীতত পাতিদৰং নামেৰে জনাজাত আছিল। অতি সম্প্ৰতি বাইহাটা চাৰিআলিকেন্দ্ৰিক এই ভূখণ্ড পূব কামৰূপ হিচাপে অধিক

Read more

খোল দো (মূল-চাদাত হাছান মাণ্ট’) অনুবাদ-দীপাংক বৰা

(দেশ বিভাজনৰ সময়ত সংঘটিত হোৱা অমানৱীয় ঘটনাবোৰৰ বিৰুদ্ধে কলমৰে প্ৰতিবাদ কৰা প্ৰখ্যাত উৰ্দু লেখক চাদাত হাচান মাণ্ট’ৰ -খোল দো’-শীৰ্ষক চুটি

Read more

দুখন চিনেমা আৰু কিছু সমাজ বাস্তৱতা-অজয় কুমাৰ ৰয়

লিখিবলৈ বিচাৰিছোঁ দুখন অস্কাৰ বিজয়ী চিনেমাৰ কথা। এয়া চিনেমা দুখনৰ সমালোচনা নহয়, এগৰাকী সাধাৰণ দৰ্শক হিচাপে চিনেমা দুখন উপভোগ কৰাৰ

Read more

গণিতপ্ৰেমীতকৈ গণিতবিদ্বেষীসকলৰ বাবে অধিক প্ৰয়োজনীয় ~ ‘অংক নহয় আতংক’-অনামিকা বড়া

গ্ৰন্থৰ নামঃ অংক নহয় আতংক লেখকঃ পংকজ জ্যোতি মহন্ত প্ৰকাশনঃ সঞ্জীৱন প্ৰকাশন প্ৰথম প্ৰকাশঃ ছেপ্টেম্বৰ, ২০১৮ মুঠ পৃষ্ঠাঃ ১৪৯ মূল্যঃ

Read more

আম্ৰপালী: বৰ্ণিল দস্তাবেজৰ স্বৰ্ণিল লিপি- পৰী পাৰবীন

(চতুৰ্দশ খণ্ড: ) বৈশালীৰ ঘৰে ঘৰে কন্দল বাঢ়িছে। সোমৰস আৰু ব্যভিচাৰত ডুবিবলৈ লৈছে বৈশালীৰ পুৰুষগণ। শিশুসকল ক্ষুধাত ৰৈছে, নাৰীসকলৰ বস্ত্ৰ

Read more

কৈলাসৰ পৰা ছাংপোৰ থিয়গৰাত উত্তৰ-পূব ভাৰত জলবায়ু সলনি, ব্ৰহ্মপুত্ৰৰ সংকট- দেবাঙ্গনা চৌধুৰী

কৈলাসৰ পৰা ছাংপোৰ থিয়গৰাত উত্তৰপূব ভাৰত জলবায়ু সলনি,ব্ৰহ্মপুত্ৰৰ সংকট ড° আৰতি বৰুৱা প্ৰকাশক- চন্দ্ৰ কলিতা প্ৰকাশন মূল্য-৩০০ টকা ■১৯৫০ চনতে

Read more

ভাৰতীয় বেংক নোটৰ বিষয়ে জানো আহক- উজ্জ্বল দিপ্লু গগৈ

লেখাটো পঢ়াৰ সময়ত আপোনালোকে হাতত বেংক নোট লৈ ল’লে বুজি পোৱাত সহায় হ’ব আৰু ভাৰতীয় পইচাৰ বৈশিষ্ট্যৰ বিষয়ে জানিব পাৰিব।

Read more

ৰাম নাম সত্য হ্যে — আৰমান হাজৰিকা

গুপ্তাজীলৈ মাজে মাজে বেয়াও লাগে। তেখেতৰ পৰিবাৰৰ মুখৰা স্বভাৱটোৰ কথা প্ৰায় সকলোৱেই জানে। তাৰ বিপৰীতে গুপ্তাজী কিন্তু তেনেই নিমাখিত। আমাৰ

Read more

উত্তৰ চিলিৰ মৰুভূমিত থকা পৰিত্যক্ত ভূতৰ চহৰ — ৰঞ্জনা দত্ত

ৰুক্ষ শুকান মৰুভূমিৰ মাজত অ’ত ত’ত পৰি আছে পৰিত্যক্ত দুই এখন সৰু সৰু চহৰ। প্ৰচুৰ পৰিমাণে পোৱা চিলি চল্টপিটাৰৰ (পটাছিয়াম

Read more

গুৰুদেৱ পতাকা! (মূল: ওশ্ব’ ৰাজনীশ)অনুবাদ-সুৰেন গোস্বামী

মূল- সন্ন্যাসী ‘ওশ্ব’’ই কোৱা “নিয়ম ভংগ হয় কেনেকৈ”- শীৰ্ষক এটি হিন্দী কাহিনী। এজন দৰ্জী আছিল। এবাৰ তেওঁ‌ বেমাৰত পৰিল। বেমাৰ

Read more

অসমীয়া সাহিত্যৰ বুৰঞ্জী- সপ্তম অধ্যায় : জোনাকী যুগৰ অসমীয়া সাহিত্য- ড° মৃণালজ্যোতি গোস্বামী

৭.৩.৪ উপন্যাস জোনাকী যুগৰ আন সাহিত্য ধাৰাসমূহৰ দৰে অসমীয়া উপন্যাসো মূলতঃ পাশ্চাত্য সাহিত্যৰ প্ৰভাৱেই ফল৷ অৰুণোদই যুগত উকমুকনি উঠা সাহিত্যৰ

Read more

ক’লেষ্টেৰল, ট্ৰাইগ্লিচাৰাইড, ডিচলিপিডেমিয়া — ডাঃ ভূপেন্দ্ৰ শইকীয়া

ওপৰৰ শিৰোনামটো দেখি পাঠক হয়তো সচকিত হৈ উঠিব। কিন্তু আজিৰ যুগত এই বিষয়ৰ আলোচনা অতীব প্ৰয়োজনীয় হৈ পৰিছে। সময়, পৰিৱেশ

Read more

কণ কবিতা — দিলীপ কুমাৰ শৰ্মা

/১/ ইফাল সিফাল ঢেঁকীশাল-চোতাল, পদূলিত ফুলিছে গধূলি গোপাল৷ /২/ বেবেৰিবাং পাভটি-চাং, মাছ খোৱাৰ বোন্দাৰ পাং৷ /৩/ লোদোৰ-পোদোৰ ল’ৰা-পোৱালি, দোধোৰ-মোধোৰ সৰু-ছোৱালী৷

Read more

অসমীয়া ছবিজগতৰ এক নক্ষত্ৰস্বৰূপ নিপন গোস্বামীৰ সৈতে সাক্ষাৎকাৰ

সাহিত্য ডট অৰ্গ: অসমীয়া চিনেমাৰ ইতিহাসত আপোনাৰ স্থিতি এক নক্ষত্ৰস্বৰূপ। শৈশৱত আপুনি এই জগতখনলৈ অহাৰ সপোন দেখিছিলনে? নিপন গোস্বামী: আচলতে

Read more

সৃষ্টিৰ পৰা স্ৰষ্টালৈ: সত্যজিৎ ৰায়-ড° অভিজিত দত্ত

প্ৰস্তাৱনা: ১৯২১ চনৰ ২ মে তাৰিখ। উত্তৰ কলিকতাৰ গড়পাৰ ৰ’ডত অৱস্থিত ৰায় পৰিয়ালত এটি পুত্ৰ সন্তানৰ জন্ম হ’ল। দেশৰ প্ৰথম

Read more

চোকা, তীক্ষ্ণ আৰু সৰস চিত্ৰ সমালোচনা: তাৰেই নাম ৰঞ্জন —উৎপল দত্ত

নিৰ্মেদ ভাস্কৰ্যসুন্দৰ গদ্যত যেতিয়া থাকে সাহিত্যিক সৌন্দৰ্যৰ দ্যুতি, বিষয়বস্তুৰ সকলো ৰূপ যেতিয়া থাকে হাতৰ মুঠিক, বক্তব্যত যেতিয়া থাকে অনুভৱ-উপলব্ধি-অভিজ্ঞতাৰ গভীৰতা

Read more

কৌটিলিক — তুষাৰ ৰঞ্জন

”ৰাতিৰ আন্ধাৰ গমগমীয়া চোৰ মাতালৰ ৰং” কেশৱ মহন্তৰ বাক্যকেইষাৰিক চূড়ান্তভাৱে উপহাস কৰি চোৰ-মাতালৰো ৰংবোৰৰ অবৰ্তমানত নিশা ন-বজাৰ আগতেই একেবাৰেই আওচেৰীয়া

Read more

সত্যজিত ৰায় জন্ম শতবাৰ্ষিকী শ্ৰদ্ধাৰ্ঘ

দীৰ্ঘস্থায়ী প্ৰেৰণাৰ উৎস — ডাঃ সান্ত্বনা বৰদলৈ কলেজৰ দ্বিতীয় বাৰ্ষিকত পঢ়ি থাকোঁতে হোষ্টেলৰ পৰা চিনেমা চাবলৈ গৈছিলোঁ, চৌধুৰী টকীজত ৷

Read more

গল্প-পুৰস্কাৰ/ মূল-সত্যজিত ৰায়/ অনুবাদ — ৰঞ্জনা দত্ত

বয়স চৌবিছ বছৰ। ওখ, ভগ্নপ্ৰায় চেহেৰা। হাত ভৰি ক্ষীণ। গালৰ হনু ওলোৱা, পকেটৰ অৱস্থা তাতোকৈ বেয়া। মানুহজন এজন চিত্ৰকাৰ। গল্পৰ

Read more

অসমীয়া ৰহস্য সাহিত্য — যাদৱ বৰা

অসমীয়া সাহিত্যৰ ভঁৰাললৈ ৰহস্য সাহিত্যৰ অৰিহণাও কম নহয়। বহুকেইটা জনপ্ৰিয় তথা কালজয়ী ৰহস্য চিৰিজ অসমীয়া সাহিত্যত থকা সত্ত্বেও তথাপি যেন

Read more

অসমীয়া চিনেমাত অসমীয়া সমাজৰ সমমাত্ৰিক চেতনা — মনস্বিনী মহন্ত

কুৰি শতিকাৰ আৰম্ভণিৰ তিনিটা দশকত ব’ম্বে, কলিকতা আৰু মাদ্ৰাজকে ধৰি যিসমূহ আঞ্চলিক পকেটত ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাণৰ কুচকাৱাজ আৰম্ভ হৈছিল, সেই

Read more

মূল- দ্য প্লিজেণ্ট চাৰপ্ৰাইজ/ইংৰাজী- বেৰী পেইন/অনুবাদ –জ্যোৎস্না ৰাণী দাস

মই অফিচৰ বাহিৰেও ঘৰতে কাম কৰি পইচা গোটাইছিলোঁ। একেলগে চাৰি পাউণ্ড হৈছিল। প্ৰথমে মই ভাবিছিলোঁ মই এলিজাৰ মাকৰ ওচৰত থকা

Read more

মোৰ জীৱনত ৰেখাপাত কৰা সাধুটো: ‘মানুহৰে বন্য তেজ আছে’ –ৰাজেন পূজাৰী

১৯৮৪ চনত আমি মেট্ৰিক পৰীক্ষা দিওঁতে ইংৰাজীৰ পাঠ্যক্ৰমত “The Imp and Peasant’s Bread”(এটা ভূত পোৱালি আৰু কৃষকৰ ৰুটি ) নামৰ

Read more

আমাৰ খাদ্য আৰু পাকঘৰৰ পৰা পৰিপুষ্টি — কুমকুম শৰ্মাবৰুৱা

(১) আমাৰ শৰীৰটোৰ বাবে প্ৰথম আৰু প্ৰধান দৰকাৰী উপাদান হৈছে খাদ্য। এই খাদ্য সুষম হোৱাৰ লগতে পৰিষ্কাৰ হোৱাও বাঞ্ছনীয়। মিহলি

Read more

সৌমিত্ৰদাৰ সান্নিধ্যৰ স্মৃতি কাহিনীও পাহৰিব নোৱাৰোঁ — বিদ্যুৎ কুমাৰ ভূঞা

অৱশেষত ‘অপৰাজিত’ সৌমিত্ৰদা কালৰ ওচৰত পৰাজিত হ’ল। অৱশেষত আজি দুপৰীয়া তেওঁ পৃথিৱীৰপৰা বিদায় মাগিলে। খবৰ পালোঁ, সৌমিত্ৰদাৰ জীয়ৰীৰ প’ষ্ট এটাৰপৰা।

Read more

ৰহীপাহ (বিলুপ্তপ্ৰায় এবিধ পৰম্পৰাগত অসমীয়া মিঠা খাদ্য) –নিবেদিতা ভূঞা ৰাজকুমাৰী

আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ এনে এবিধ মিঠা সম্ভাৰ, যি নেকি বৰ্তমান সময়ত বিলুপ্তিৰ পথত। পূৰ্বতে গাঁওসমূহত কুঁহিয়াৰ প্ৰচুৰ পৰিমাণে উৎপাদন

Read more

লোকচক্ষুৰ আঁৰত প্ৰকৃতিৰ মাজত লুকাই থকা কিছু আশ্চৰ্য্য (দক্ষিণ গাৰো পাহাৰ জিলা) — ৰঞ্জনা দত্ত

গুৱাহাটীৰ পৰা বাঘমাৰা। দূৰত্ব প্ৰায় ২৬৫ কি: মি। তুৰালৈ যোৱা ভালেমান চৰকাৰী আৰু বেচৰকাৰী বাছৰ বাহিৰেও বাঘমাৰালৈ এখন নৈশ বাছো

Read more

পেটাৰনিটি লিভ আৰু বিৰাট কোহলী — কুইলিন কাকতি

দুদিনমানৰ পৰা ক্ৰিকেটাৰ বিৰাট কোহলীয়ে গৰ্ভৱতী পত্নী অনুষ্কা শৰ্মাক শীৰ্ষাসন কৰাত সহায় কৰা ফটোখন খুব ভাইৰেল হৈছে। বিৰাট কোহলী মোৰ

Read more

ধৰমপাল গুলাটী: আত্মবিশ্বাস আৰু কৰ্মোদ্যমৰ এক অনন্য গাথা –নিলাক্ষী দেৱী ডেকা

ভাৰতৰ জনপ্ৰিয় মচলা ব্ৰেণ্ড এম ডি এইছৰ স্বত্বাধিকাৰী ধৰমপাল গুলাটীৰ জন্ম হৈছিল ২৭ মাৰ্চ ১৯২৩ চনত বৰ্তমান পাকিস্তানৰ শিয়ালকোটত। পাঁচ

Read more

মূল-পিঁপড়া/ গল্পকাৰ-হুমায়ূন আহমেদ/ অনুবাদ — মুনমুন সৰকাৰ শইকীয়া

পৰুৱা আপোনাৰ বেমাৰটোনো কি‌ কওক। বেমাৰীয়ে একো নক’লে, কাষতে বহি থকা লগৰজনৰ পিনে চালে। ডক্টৰ নুৰুল আফছাৰ, এম. আৰ. ছি.

Read more

এই সংখ্যাৰ আঁৰত

সম্পাদক: মেঘনা চৌধুৰী বেটুপাত: ডাঃ হিতেশ্বৰ শৰ্মা সাক্ষাৎকাৰ গ্ৰহণ: ৰূপাংকৰ চৌধুৰী, মেঘনা চৌধুৰী বৰ্ণাশুদ্ধি নিবাৰণ: ড৹ মৃণালজ্যোতি গোস্বামী, মৃদুল কুমাৰ

Read more

ত্ৰয়োদশ খণ্ড/আম্ৰপালী: বৰ্ণিল দস্তাবেজৰ স্বৰ্ণীল লিপি –পৰী পাৰবীন

ৰজা মনুদেৱৰ শয়নকক্ষ। স্বৰ্ণখচিত পালংকত অৰ্ধশায়িত অৱস্থাত ৰজা। মাতৃদেৱী আহি মাজে মধ্যে ভুমুকি মাৰিছে, ওচৰলৈ যাবলৈ সাহস কৰা নাই। অহংকাৰী,

Read more

সপ্তম অধ্যায় : জোনাকী যুগৰ অসমীয়া সাহিত্য — ড° মৃণাল জ্যোতি গোস্বামী

৭.৩.৩ নাটক ব্ৰিটিছ ৰাজত্বৰ আৰম্ভৰ লগে লগে প্ৰাচীন অঙ্কীয়া নাটৰ ৰচনা হ্ৰাস পাই আহিল৷ কেৱল গাঁওবোৰতহে অঙ্কীয়া নাটৰ ৰচনা আৰু

Read more

চুকাফাৰ নাঙল –অঞ্জনকৃষ্ণ শৰ্মা

চুকাফাৰ এটা নাঙল আছিল, হেংদাঙতকৈও চুকাফাই নাঙলটো ভাল পাইছিল। চুকাফাই প্ৰজাক শালিখেতি শিকাইছিল, পৰিত্যক্ত গেৰেকনিত ধানৰ গোছা দেখি প্ৰজাই বিচুৰ্তি

Read more

তৃতীয় লিংগৰ অন্তৰ্নাদৰ সমসাময়িক অভিক্ৰিয়া: ফায়াৰ ফ্লাইজ (জোনাকী পৰুৱা) — ড• দীপশিখা ভাগৱতী

সভ্যতাৰ নিৰন্তৰ ওডিচীয়ে মানুহৰ উশাহ নিশাহৰ যিমান যাত্ৰাক লিপিবদ্ধ কৰে, সেয়া বুৰঞ্জী। প্ৰত্যেক মানুহৰ সুখ আৰু যাতনাই, তাক ধাৰণ কৰা

Read more

ৰামানুজনৰ অসুখ –ড° নয়নদীপ ডেকা বৰুৱা

মহান গণিতজ্ঞ শ্ৰীনিৱাস ৰামানুজনে আনুষ্ঠানিক উচ্চ শিক্ষা অবিহনেও গণিতৰ বিভিন্ন ক্ষেত্ৰলৈ অভিনৱ অৱদান আগ বঢ়াইছিল। তেওঁৰ গৱেষণাপত্ৰ, চিঠি, টোকাবহী, আদিত

Read more

মাৰাত্মক ৰোগৰ সংক্ৰমণ বিষয়ক হিন্দী চিনেমা –ধীৰেন শইকীয়া

মাৰাত্মক ৰোগ কিম্বা ভাইৰাছৰ সংক্ৰমণে যুগে যুগে মানুহক সমস্যাত পেলাই আহিছে। কেতিয়াবা এনে ভাইৰাছে একোখন দেশ অথবা ৰাজ্যৰ জনজীৱনলৈ মৃত্যুবিভীষিকাও

Read more

গ্ৰন্থ: পাণ্ডুলিপিৰ পৰা গ্ৰন্থবিপ্লৱলৈ –ববিতা শৰ্মা

গ্ৰন্থ বুলি ক’লেই আমাৰ মনলৈ আহে জ্ঞানৰ অক্ষয় ভাণ্ডাৰ এক ভৌতিক বস্তুৰ ছবি। প্ৰাচীন কালৰে পৰা গ্ৰন্থই জ্ঞান আহৰণৰ সহজলভ্য

Read more

ঘূণীয়া হৈ ধুনীয়া হওঁ আহক- দিগন্ত মাধৱ গোস্বামী

“হাত ভৰি কেইটামান কাটিব লাগিব। পাৰিবিনে নাই?… মূৰ কেইটামানো কাটিব লাগিব।… টকা পইছাৰ বাবে চিন্তা নাই”- নিশা ১ মান বজাত

Read more

চিনেমা নিৰ্মাণৰ নন্দনতত্ত্ব — ঝুলন কৃষ্ণ মহন্ত

আশী-নব্বৈ দশকত আমি স্কুলত পঢ়া দিনত চিনেমা বা টিভিৰ অনুষ্ঠানসমূহত visual effect দেখিলেই সকলোৱে কৈছিল “কেমেৰাৰ বাহাদুৰি”। অমিতাভ বচ্চন ,

Read more

‘থাওলিপলিঙক মানুহে পাহৰি পেলাইছে’ –দীপিকা ডেকা

লেখিকা: – বিপাশা বৰা প্ৰকাশক: – আঁক-বাঁক কিতাপৰ প্ৰতি মোহ পুৰণি। বহু গল্পৰ চৰিত্ৰত নিজৰ ছাঁটোকে দেখা যেন লাগে। তাৰবাবেই

Read more

সোণসেৰীয়া এক বিদ্ৰোহৰ নাম — ‘অভিযাত্ৰী’ অনামিকা বড়া

গ্ৰন্থৰ নামঃ অভিযাত্ৰী লেখকঃ নিৰুপমা বৰগোহাঞি প্ৰকাশনঃ ষ্টুডেণ্ট ষ্ট’ৰছ প্ৰথম প্ৰকাশঃ১৯১৩ (জাৰ্ণাল এম্পৰিয়াম) নৱেম্বৰ, ২০১৯(ষ্টু.ষ্ট.) মূল্যঃ২৯০ টকা মুঠ পৃষ্ঠাঃ ৩৯৯

Read more

সাক্ষাৎকাৰ- সংগীত সমুদ্ৰত অৱগাহন: এক ব্যতিক্ৰমী পথেৰে শিল্পী ৰঞ্জন বেজবৰুৱা

একাধাৰে শিল্পী-গীতিকাৰ-অনুবাদক-নিবন্ধকাৰ ৰঞ্জন বেজবৰুৱা এক ব্যতিক্ৰমী ব্যক্তিত্বৰ অধিকাৰী। ভাৰতৰ বৰেণ্য সংগীত-কাণ্ডাৰীসকলৰ শতাধিক জনপ্ৰিয় গীত সংস্কৃত ভাষালৈ অনুবাদ কৰি আৰু কৰোৱাই

Read more

অসমীয়া ভৌতিকসংস্কৃতি –ড° মৃণাল জ্যোতি গোস্বামী ড° জোনমণি গগৈ

অসমীয়া ভৌতিক সংস্কৃতি সম্পৰ্কে আলোচনাত প্ৰবৃত্ত হোৱাৰ আগেয়ে ভৌতিক সংস্কৃতি মানে নো কি সেই বিষয়ে জনাতো খুবেই প্ৰয়োজনীয়৷ ভৌতিক সংস্কৃতি

Read more

সত্ৰীয়া নাম-প্ৰসঙ্গ ড° গিৰিকান্ত গােস্বামী

অসমৰ মহাপুৰুষীয়া সত্ৰসমূহত ভগৱান শ্ৰীকৃষ্ণ-বিষ্ণু ৰামৰ নানা প্ৰকাৰে গুণানুকীৰ্তন কৰা হয়। এই গুণানুকীৰ্তনৰ এটি প্ৰধান ভাগ হল ‘নাম-প্ৰসঙ্গ। এই ‘নাম-প্ৰসঙ্গ’

Read more

কোচ-ৰাজবংশী জনগোষ্ঠীৰ কৃষিৰ লগত জড়িত মহিলা কেন্দ্ৰিক পূজা “হুদুম দেও”_অজয় বৰুৱা

“হুদুম দেও হুদুম দেও আমাক ফুটাক পানী দেও আমাৰ দেশত নাই পানী জীৱন ধৰি টানা-টানি।” অনাবৃষ্টিৰ ফলত দেশত দেখা দিয়া

Read more

নৈসৰ্গিক কল্লোলৰে উত্তৰাখণ্ডৰ বিনচাৰ (ভেলী) উপত্যকা-মধুমিতা বৰুৱা শইকীয়া

স্নেহময়ী প্ৰকৃতিৰ পৰশে এবাৰ যদি পৰশি যায় হিয়ামন, মানুহক অন্য সঞ্জীৱনী নালাগে। এইষাৰ কথা মই প্ৰতিবাৰ, প্ৰতিটো ভ্ৰমনতে বাৰে বাৰে

Read more

অসমীয়া সাহিত্যৰ বুৰঞ্জী — ড° মৃণাল জ্যোতি গোস্বামী

সপ্তম অধ্যায় : জোনাকী যুগৰ অসমীয়া সাহিত্য ৭.৩ জোনাকী যুগৰ অসমীয়া সাহিত্য পাশ্চাত্য সাহিত্যৰ দৰে অসমীয়া সাহিত্যতো জোনাকী যুগতেই কবিতা,

Read more

আম্ৰপালী: বৰ্ণিল দস্তাবেজৰ স্বৰ্ণিল লিপি- দ্বাদশ খণ্ড

দ্বাদশ খণ্ড: শুভ্ৰ বস্ত্ৰেৰে আবৃত হৈ মৃন্ময়ী মজিয়াত পৰি আছোঁ মই। প্ৰভাই মোৰ কপালখন হাতেৰে মোহাৰি আছে। পিতাই পিৰালিমুখত আঁঠুত

Read more

এঘণ্টাৰ গল্পটো ( কেইট চ’পিনৰ ইংৰাজী গল্প “The story of an hour”ৰ অসমীয়া অনুবাদ) মূলঃ কেইট চ’পিন অনুবাদঃ নিংকু নিশা নেওগ

মিচেছ মেলাৰ্ডে দীৰ্ঘদিন ধৰি হৃদযন্ত্ৰৰ অসুখত ভুগি থকাৰ কথা সকলোৱেই জানে। সেয়ে তেওঁৰ স্বামীৰ মৃত্যুৰ খবৰটো তেওঁক জনাওঁতে সকলোৱে বিশেষ

Read more

কমলাপ্ৰিয়া-বীৰ চিলাৰায়ৰ শুভ বিবাহৰ স্বাক্ষৰ ৰামৰাই কুঠী আৰু মধুপুৰ সত্ৰ —দিবাকৰ ৰেণু

ধুবুৰী জিলাৰ আন্তঃৰাষ্ট্ৰীয় আৰু আন্তঃৰাজ্যিক সীমান্ত অৰ্থাৎ ভাৰত-বাংলাদেশ আৰু অসম পশ্চিমবংগ সীমান্ত অঞ্চলত সত্ৰশাল ৰামৰাই কুঠী সত্ৰ(শ্ৰীশ্ৰীধাম ৰামৰাই কুঠী সত্ৰ)

Read more

মহিলাৰ ৰক্তহীনতাৰ বিষয়ে কিছু জানিবলগীয়া কথা- ডা: ভূপেন শইকীয়া

ৰক্তহীনতাক চিকিৎসা বিজ্ঞানৰ ভাষাত ‘এনিমিয়া’ বুলি কয়৷ অৱশ্যে আজিকালি মানুহৰ মুখে মুখে ‘এনিমিয়া’ শব্দটোৰ প্ৰচলন হ’বলৈ ধৰিছে৷ পুৰুষৰ তুলনাত দুগুন

Read more

মহাত্মা গান্ধীয়ে যেতিয়া ক্ৰিকেট খেলিছিল–পংকজ কুমাৰ নেওগ

সম্প্ৰতি সংযুক্ত আৰৱ আমিৰশ্বাহীত চলি থকা ভাৰতীয় ক্ৰিকেট লীগত ‘দিল্লী কেপিটেলচ’ৰ ৰবিচন্দ্ৰন অশ্বিনৰ নাম ‘মানকাডিং’ বিষয়টোৰ সৈতে সাঙুৰ খাই পৰিছে।

Read more

ৰঘুনন্দন, দশৰথ, পদ্মনাভ, কৃষ্ণৰাম ভট্টাচাৰ্য কেনে পৰিস্থিতিত অসমলৈ আহিছিল –ধীৰেন শইকীয়া

বৰ্তমান পশ্চিমবংগৰ নদিয়া জিলাই তাহানিৰ নৱদ্বীপ; নদীয়া আছিল চুবুৰীয়া বাংলাদেশৰ নিকটৱৰ্তী। বাঙালী হিন্দু সমাজত নদিয়া জিলা গৌড়ীয় বৈষ্ণৱ আন্দোলনৰ প্ৰাণপুৰুষ

Read more

ড॰ভূপেন হাজৰিকাৰ প্ৰেম, যৌৱন ইত্যাদি…শিৱপ্ৰসাদ বৰা

ড॰ ভূপেন হাজৰিকা কেৱল এজন গীতিকাৰ, সুৰকাৰ বা শিল্পীয়েই নহয় সৰ্বতোপৰি তেওঁ এগৰাকী সফল কথাশিল্পীও৷ সেইবাবেই হয়তো তেওঁলৈ সাহিত্যাচাৰ্যৰ সন্মানো

Read more

এই সংখ্যাৰ আঁৰত

সম্পাদক: তৃপ্তি বৰাবেটুপাত: ডাঃ হিতেশ্বৰ শৰ্মাসাক্ষাৎকাৰ গ্ৰহণ: তৃপ্তি বৰাবৰ্ণাশুদ্ধি নিবাৰণ: অভিজিত দত্ত, উৎপলা কৌৰ, কলচুম বিবি, মৌচুমী বৰি, ড৹ মৃণালজ্যোতি

Read more

এখুদ ককাইদেউৰ “কপিলীপৰীয়া সাধু” অনামিকা বড়া (ৰচনাকাল- অক্টোবৰ, ২০১৯)

গ্ৰন্থৰ নামঃকপিলীপৰীয়া সাধু লেখকঃ নৱকান্ত বৰুৱা প্ৰকাশনঃ লয়াৰ্ছ বুক ষ্টল প্ৰথম প্ৰকাশঃ ১৯৫৩ মূল্যঃ ৬০ টকা মুঠ পৃষ্ঠাঃ ৬৪ উপন্যাসখনৰ

Read more

ৰাভাসকলৰ মাজত প্ৰচলিত বিভিন্ন ধৰণৰ গীত-মাত- কলচুম বিবি

  সংগীতৰ সৰ্বপ্ৰথম ৰূপ হৈছে লোকসমাজত মৌখিক ৰূপত প্ৰচলিত হৈ থকা লোকগীত বা লোককবিতা সমূহ। এটা জাতিৰ বুৰঞ্জীস্বৰূপ এই লোকসংগীতসমূহে

Read more

মুৰ্গী মাংসৰ সিদ্ধ জালুকৰ সৈতে আৰু কচুগুটিৰ সৈতে ৰন্ধা মাছৰ তৰকাৰী — কাবেৰী কাশ্যপ বৰা

ক) মুৰ্গী মাংসৰ সিদ্ধ জালুকৰ সৈতে। এইবিধ প্ৰণালী ৰান্ধিবলৈ আমাক লাগিব: প্ৰয়োজন অনুসৰি মুৰ্গী মাংস (ব্ৰইলাৰ মাংসও ব্যৱহাৰ কৰিব পাৰে),

Read more

পৰ্বতাৰোহণৰ আলমেৰে কিছু কথা-জুলিমা ডেকা

পাহাৰ আৰু পৰ্বত বগোৱা এই সমষ্ট প্ৰক্ৰিয়াটো হ’ল পৰ্বতাৰোহণ। পৰ্বতাৰোহণ (Mountaineering) দুঃসাহসিক ক্ৰীড়াৰ এক অন্যতম বিভাগ। পৰ্বতাৰোহণে মানুহৰ নিভৃত কোণত

Read more

আলেকজেণ্ডাৰ দ্য গ্ৰেটৰ বক্তৃতা অনুবাদঃ চন্দনা কাশ্যপ

সজ্জনসকল, মই লক্ষ্য কৰিছোঁ যে যেতিয়া মই আপোনালোকক এটা নতুন উদ্যোগত নেতৃত্ব দি আগবাঢ়োঁ, আপোনালোকে মোক এতিয়া আৰু আপোনালোকৰ আগৰ

Read more

সদৌ অসম ফেচবুকীয়া সাহিত্যিক মঞ্চ —অবিনাশ শৰ্মা

সিদিনা বন্ধু কলিতা মোৰ ওচৰলৈ আহিছিল। গুৰু-গম্ভীৰ কলিতাক মই কাহিনীও এনে ৰূপত দেখা মনত নপৰে। যদিও তেখেতৰ লগত মোৰ দেখা-সাক্ষাৎ

Read more

পিঠাং অয়িং আৰু বৰালি মাছৰ আঞ্জা তেতেলী আৰু ৰঙালাওৰ সৈতে —গীতা দত্ত

ক) পিঠাং অয়িং। ”বোলো অ’ মিছিং ডেকাটি বজালি যে পেঁপাতি সুৰেৰে সঁজালি দেখোঁ দিচাং মুখৰ নিশাতি “ ভূপেনদাৰ এই কালজয়ী

Read more

পেহীৰ বিয়া আৰু ডেজিগনেটেড কেম্প—যোগানন্দ মহন্ত

ভাগিনীজনীৰ বিয়া ঠিক হৈছে। নিজেই পচন্দ কৰা ল’ৰা। দৰা-ঘৰৰ মানুহ ছোৱালীৰ ঘৰলৈ এপাক অহাৰ নিয়মটো কৰিবলৈহে আজি মাক-দেউতাক আৰু ভনীয়েকৰ

Read more

অসমীয়া সমাজ জীৱনত চোতাল আৰু আধুনিকতা – নয়নমণি দত্ত নেওগ

অসমীয়া সমাজ জীৱনত চোতালৰ ভূমিকা এক এৰাব নোৱাৰা সম্পৰ্ক বুলিব পাৰি। কিয়নো চোতাল এখনে বিশেষকৈ অসমীয়া সমাজৰ লোকসকলক বিভিন্ন দিশত

Read more

ড° প্ৰবীণ শইকীয়াৰ সৈতে এটি সাক্ষাৎকাৰ

সাহিত্য ডট অৰ্গৰ তৰফৰ পৰা ৷ বিশিষ্ট প্ৰবন্ধকাৰ, কলা-সংস্কৃতিৰ গৱেষক, গীতিকাৰ, সুৰকাৰ, চিত্ৰশিল্পী, শিশু সাহিত্যিক, “সেউজপ্ৰাণ” ড° প্ৰবীণ শইকীয়াৰ সৈতে

Read more

আশা নিৰাশাৰ মাজত দোদুল্যমান মানৱ সভ্যতা- ড° মদন তাপৰীয়া:

সমসাময়িক চিন্তাঃ কৰ’নাৰ সন্ত্ৰাস আৰম্ভ হোৱা প্ৰায় দহ মাহেই হ’ল৷ এই সন্ত্ৰাসৰ পৰা ৰক্ষা কৰিবলৈ গোটেই বিশ্বজুৰি অহৰ্নিশে বৈজ্ঞানিকসকলে প্ৰচেষ্টা

Read more

বৰখেলীয়া পন্থৰ ৰাতিসেৱা অনুষ্ঠান আৰু চিয়াগীত-ধীৰেন শইকীয়া

শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আগৰপৰাই অসমত বৰখেলীয়া, পূৰ্ণধৰীয়া, পুথিনেছীয়া, কেউলীয়া, কৰণীপতা আদি কেইবাটাও আধ্যাত্মিক ধাৰা আছিল বুলি জনা যায়৷ কিন্তু এই

Read more

প্ৰাচীন গুহা:অজন্তা ইলোৰা — যুতিকা সভাপণ্ডিত

ভাৰতবৰ্ষৰ ঐতিহ্যপূৰ্ণ স্থান সমূহৰ ভিতৰত অজন্তা আৰু ইলোৰা অন্যতম৷ পৰ্য্যটন ক্ষেত্ৰত অজন্তা আৰু ইলোৰাৰ গুহাবোৰ মুখ্য আকৰ্ষণৰ কেন্দ্ৰস্থল৷ ইয়াত নিৰ্মিত

Read more

তিতা ভেকুৰিয়ে সৈতে কচুথুৰিৰ পিটিকা –নমি বৰা ফুকন

উপকৰণ –১/কচুথুৰি এমুঠি ২/ভেকুৰি কেইটামান ৩/ নিমখ আন্দাজমতে প্ৰণালী —কচুথুৰি মুঠি আৰু ভেকুৰিকেইটা ভালকৈ ধুই আন্দাজমতে নিমখ দি মিহলাই ল’লোঁ৷

Read more

প্ৰবাসৰ সোণোৱালী দিনৰ স্মৃতি -ডা: ভূপেন শইকীয়া

` সপ্তাহটোৰ ৬টা দিন সকলোৱে নিজ নিজ কৰ্মস্থলীত ব্যস্ত থাকে৷ শুকুৰবাৰ বন্ধৰ দিনটোত কাটাৰ অসম সমাজে মিলিত হয় ভাৰতীয় সাংস্কৃতিক

Read more

একাদশ খণ্ড: আম্ৰপালী: বৰ্ণিল দস্তাবেজৰ স্বৰ্ণীল লিপি- পৰী পাৰবিন

একাদশ খণ্ড: আম্ৰপালী: বৰ্ণিল দস্তাবেজৰ স্বৰ্ণীল লিপি- পৰী পাৰবিন বতাহত চন্দনৰ গোন্ধ৷ স্নান-সৰোবৰৰ পাৰত জাকৰুৱা গাভৰুৰ খিলখিল হাঁহি৷ গাভৰুহঁতে হিংগুল

Read more

কৈশোৰকালত যৌনশিক্ষাৰ প্ৰয়োজনীয়তা- ৰূপাঞ্জলি চেতিয়া

কৈশোৰ কালছোৱা মানৱ জীৱনৰ আটাইতকৈ জটিল সময় বুলি মনোবিজ্ঞানীসকলে ক’ব খোজে৷ কাৰণ এই সময়ছোৱাতে মানৱ শৰীৰত আটাইতকৈ গুৰুত্বপূৰ্ণ পৰিৱৰ্তনসমূহ ঘটে

Read more

ত’ত্ত’-চ্চান আৰু কিছু অনুভৱ – সংগীতা দেৱী

সৰুতে ত’ত্ত’-চ্চান আৰু তাইৰ স্কুলখনৰ কথা ৰেডিঅ’ত শুনি মনলৈ ভাৱ আহিছিল, “ময়ো ত’ত্ত’-চ্চানৰ স্কুলত পঢ়িব পোৱা হ’লে…..৷”সঁচাকৈ, সকলো ল’ৰা- ছোৱালীয়েই

Read more

আন্দোলন বনাম জ্বলন্ত টায়াৰ — ইলি তালুকদাৰ

আজি কেই বছৰমানৰ পৰা আন্দোলন, প্ৰতিবাদৰ নামত জ্বলন্ত টায়াৰৰ ক’লা ৰঙা লেলিহান শিখা ৰাজপথৰ এটা সহজলভ্য দৃশ্য ৷ বৰ্তমানৰ আন্দোলনকাৰী

Read more

চিভিকছ ছেন্স–গিৰীশ চন্দ্ৰ শৰ্মা

দয়া কাকতিয়ে ঘৰটো সাজিবলৈ লওঁতে সন্মুখত পথ বুলিবলৈ নাছিলেই৷ আগতে অহা বাসিন্দাসকলে নিজে নিজৰ সন্মুখটো পুতি কোনোমতে ওলাব সোমাব পৰাকৈ

Read more

পুলিচ জীৱনৰ ইটো সিটো – সুবোধ চন্দ্ৰ পাঠক

১৯৭২ চনত ছেপ্টেম্বৰ মাহত ট্ৰেইনিং শেষ কৰি গোসাইগাঁও থানাত উপ পৰিদৰ্শক হিচাবে জইন কৰিছিলো৷এয়াই আছিল চাকৰিৰ প্ৰথম পোষ্টিং৷ এসপ্তাহ মান

Read more

লাইচেঞ্চ- মূলঃ চাদাত হাচান মাণ্টো অনুবাদঃ ৰঞ্জনা দত্ত

লেখক পৰিচয়: চাদাত হাচান মাণ্টো অবিভক্ত ভাৰতবৰ্ষৰ লুধিয়ানা চহৰত ১৯১২ চনৰ ১১ মে তাৰিখে এটা কাশ্মিৰী মুচলিম পৰিয়ালত জন্ম গ্ৰহণ

Read more

চলচ্চিত্ৰ সাংবাদিক উৎপল দত্তৰ সৈতে হোৱা এক সাক্ষাৎকাৰ

আমাৰ এই খণ্ডৰ আলহী উৎপল দত্ত । তেখেত এগৰাকী চলচ্চিত্ৰ সাংবাদিক¸ ফটোগ্ৰাফাৰ লগতে একাধাৰে চলচ্চিত্ৰ নিৰ্মাতা আৰু লেখক। আপুনি ‘নতুন

Read more

প্ৰবন্ধ আৰু সমীক্ষা লেখন-ড° মৃণাল জ্যোতি গোস্বামী,ড° জোনমণি গগৈ,ড° মিলন নেওগ

মানুহে মনৰ ভাব প্ৰকাশ কৰিবলৈ লিখিত সাহিত্য সৃষ্টি কৰাৰ দিনৰে পৰা বৰ্তমানলৈকে লিখনিৰ ভিন ভিন ধৰণৰ ধাৰা কিছুমানৰ জন্ম হৈছে৷

Read more

দৰঙৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰত ভাদ মাহত পালনীয় তিথি আৰু উৎসৱ-অজয় বৰুৱা

৪৫০ বছৰ(খ্ৰীষ্টীয়১৫৬৮ চনত) পূৰ্বে নৱ -বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ-প্ৰসাৰৰ মহীয়ান উদ্দেশ্যত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ প্ৰিয়শিষ্য লেচাকোণীয়া গোবিন্দ আতা দেৱে প্ৰতিষ্ঠা

Read more

ভূপেন হাজৰিকাদেৱৰ গীতত শৰতৰ অনুভৱ-বন্তি বৰঠাকুৰ বৰুৱা

যুগে যুগে কবি সাহিত্যিক সকলক ঋতু পৰিবৰ্তনৰ মায়াময় আৱেশে মন মতলীয়া কৰি তেওঁলোকৰ সৃষ্টিশীল মনৰ খোৰাক যোগাই আহিছে। যাৰ ফলত

Read more

গল্পঃ নিজাম চাহাবৰ ভূত,মূলঃ হুমায়ুন আহমেদ —অনুবাদঃ কলচুম বিবি

পলিথিনৰ বেগত পাঁচটা শিঙি মাছ লৈ নিজাম চাহাব ঘৰলৈ উভতিছে। মাছবিলাক যাতে মৰি নাযায় তাৰ বাবে বুদ্ধি কৰি বেগত অলপমান

Read more

কনষ্টিপেচন কি আৰু ইয়াৰ উপশম কেনেকৈ পাব?–ডা০ ভূপেন শইকীয়া

আমাৰ দেশৰ ২২শতাংশ লোকে শৌচকচা, কৌষ্টকাঠিন্য, মলৰোধ, মলবদ্ধতা বা ইংৰাজীত কোৱা কনষ্টিপেচনত ভোগে। কেবল আমেৰিকা যুক্তৰাষ্ট্ৰতেই ২.৫নিযুত ভুক্তভোগী লোক আছে

Read more

জীৱনৰ আঁক বাঁক:আইতাৰ যতঁৰটোৰ ইতিবৃত্ত –ৰূপজ্যােতি হাজৰিকা

 #যঁতৰ আমাৰ এক চিনাকি সজুঁলী। আমাৰ দেশ তথা অসমীয়া গাঁৱলীয়া সমাজ জীৱনত যঁতৰৰ ব্যৱহাৰ বহু পুৰণি। তাঁত শালৰ মহুৰা বাতোতে

Read more

আম্ৰপালী: বৰ্ণিল দস্তাবেজৰ স্বৰ্ণীল লিপি (দশম খণ্ড) – পৰী পাৰবীন

সান্ধ্যপ্ৰহৰৰ বৈশালী। ৰাজপথত ব্যস্ত পথাচাৰীৰ খোজৰ শব্দ। পথৰ দুয়োকাষে থকা কদলীগছবোৰত জ্বলাই থোৱা শাৰী শাৰী নৈশ দীপমালাই বৈশালীৰ সান্ধ্যনগৰীখন উজলাই

Read more

নষ্টালজিয়া কলেজৰ:আন্লাকী থাৰটিন–যোগানন্দ মহন্ত

   চিলঙৰ পৰা আহি তেজপুৰৰ কলেজত পঢ়া ‘স্মিতা পাটিল’ (সঁচা নাম নহয় কিন্ত্ত কলেজত সকলোৱে জনা নাম, কোনোবা সুন্দৰৰ উপাসকে

Read more

ভূপেন্দ্ৰ সংগীতৰ এক চমু অৱলোকন-ববিতা শৰ্মা

অসমৰ সাৰুৱা মাটিত আপোনাআপুনি জাতিষ্কাৰ হোৱা বনৰীয়া ফুল সদৃশ মালিতা, আইনাম, ধাইনাম, বিয়ানাম, বিহুনাম আদিয়ে অতীজৰে পৰা অসমীয়া সংগীতৰ বৰভেটি

Read more

অসমীয়া কল্পবিজ্ঞান সাহিত্য আৰু কল্পবিজ্ঞান বিষয়ক উপন্যাস ‘অজান অতিথি’– ধীৰেণ শইকীয়া

সাহিত্যৰ এটা উল্লেখযোগ্য ধাৰা হ’ল কল্পবিজ্ঞান সাহিত্য, যাক ইংৰাজীত কোৱা হয় ‘চায়েঞ্চ ফিক্সন’ বুলি। বৈজ্ঞানিক সত্য আৰু কল্পনাৰ সুমধুৰ মিলনৰ

Read more

অমৃতা প্ৰীতমঃ ভাৰতীয় সাহিত্য জগতৰ ক’লা গোলাপ-গীতিকা শইকীয়া

“চিগাৰেটৰ ধোঁৱাৰ দৰেই নিস্তৱদ্ধতাৰ মাজেৰে কিছুমান দুখ পাৰ হৈ গৈছিল,  মই টুকুৰিয়াই পেলাই দিয়া ছাঁইৰ মাজৰ পৰা মাথোঁ কেইটামান কবিতাহে

Read more

শিপা–বেদান্ত ফুকন

চিংগাপুৰৰ হেডকোৱাৰ্টাৰলৈ মেইলখন পঠিয়াই কফিত চুমুক মাৰে শইকীয়াই। কলিকতা শাখাৰ মাল্টিনেচনেল অফিচটোৰ তেওঁ মুখ্য কাৰ্য্যবাহী বিষয়া। অলেখ দুখ-কষ্টৰ মাজেৰে ইঞ্জিনিয়াৰিঙ

Read more

True And Untrue (সত্য আৰু অসত্য) – Sigrid Undset (ছাইগ্ৰিড আণ্ডছেট) অনুবাদ- জ্যোৎস্না ৰাণী দাস

           এসময়ত দুজন ভাই-ককাই আছিল; এজনৰ নাম আছিল সত্য, আনজনৰ অসত্য। সত্য সদায়েই সকলোৰে প্ৰতি সৎ আৰু ভাল আছিল,

Read more

বৰষুণত তিতা মেকুৰীটো,মূল: কেট ইন দা ৰেইন — আৰ্ণেষ্ট হেমিংওৱে,–অনুবাদ: নাজমা বেগম

হোটেলখনত মাত্ৰ এহাল আমেৰিকান দম্পতী আছে। সিহঁতে কোনো মানুহকে ভালকৈ নাজানে, যিবোৰক ৰাস্তাত বা সিহঁতৰ ওচৰৰ কোঠাত লগ পাইছিল। সিহঁতৰ

Read more

মিনতি চৌধুৰীৰ সৃষ্টি আৰু জীৱনঃ এক অভিক্ষেপ- ড০ অজন্তা দাস

সাধুকথাৰ বুকুতেই অংকুৰিত হোৱা বুলি ধাৰণা কৰা চুটিগল্পৰ ইতিহাসে আমেৰিকাত জন্মগ্ৰহণ কৰি ৰাছিয়া, ফ্ৰান্স আৰু জাৰ্মানীত লালিত পালিত হৈ বিশ্বৰ

Read more

অসমীয়া পৰম্পৰাগত আঙুলি পিঠা–বৰ্ণালী পবিত্ৰ শৰ্মা

উপকৰণসমূহ:  ১/জহা চাউলৰ পিঠাগুৰি দুকাপ ২/পানী একাপ ৩/নিমখ আধা চাহ চামুচ ৪/ঘি দুচামুচ ৫/গাখীৰ এক লিটাৰ ৬/গুৰ সৰু এটুকুৰা (চেনীৰ

Read more

প্ৰাচীন নালন্দা বিশ্ববিদ্যালয়-ধ্ৰুৱজ্যোতি শইকীয়া

নালন্দা বিশ্ববিদ্যালয় অথবা নালন্দা মহাবিহাৰ যি নামেৰে ই জনাজাত নহওক কিয় নালন্দা বিশ্ববিদ্যালয় আছিল ভাৰতীয় শিক্ষাজগত আৰু ইতিহাসত এক আটাইতকৈ

Read more

অসমীয়া সাহিত্যৰ বুৰঞ্জী — ড° মৃণাল জ্যোতি গোস্বামী

ষষ্ঠ অধ্যায় : অৰুণোদয় যুগৰ অসমীয়া সাহিত্য ৬.১ আৰম্ভণি   কোনো এটা জাতিৰ জাতীয় চৈতন্যৰ উদয় হয় প্ৰধানতঃ মধ্যবিত্ত শ্ৰেণীৰ

Read more

প্ৰোবায়টিক আৰু ইয়াৰ উপকাৰীতা–ডাঃ নয়নজ্যোতি হাজৰিকা

প্ৰোবায়টিক (Probiotic)হ’ল এক শ্ৰেণীৰ উপকাৰী বেক্টেৰিয়া।  ইয়াৰ লগতে কেইটামান ভেঁকুৰৰ গাটো প্ৰোবায়টিক গুণাগুণ নিহিত হৈ থকাটো কিছুমান গৱেষণাত পোৱা গৈছে। 

Read more

কীট–জ্যোতিৰূপা কোঁৱৰ খাটনিয়াৰ

 মানুহটোক অহা দেখিয়ে বাসন্তী সুখী হৈ পাৰিব লাগিছিল বা হিয়ালিজিয়ালি কান্দিব লাগিছিল নাইবা তাৰ বুকুত দুবাৰমান ভুকুৱাই খঙখিনিকে উজাৰিব লাগিছিল।

Read more

জ্যোতি দ্বিভাষিকৰ বুৰঞ্জী-এখন অগতানুগতিক গ্ৰন্থ-কৰবী দত্ত

বিগত প্ৰায় বিশ বছৰ ধৰি কেৱল পইচাৰ বাবেই ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদৰ সৰু-সুৰা কাম কিছুমান কৰি আহিছো আৰু এই সময়চোৱাত

Read more

হৈ পৰিছিলো মৃণ্ময় বুকুত ৰাগ-অনুৰাগ — মৃণাল কুমাৰ বৰা

মৃণ্ময় বুকুত কি বিচাৰি হাহাকাৰ কৰে সেই কথা অকল মইহে বুজো আৰু বুজো ইয়াৰ ৰূপান্তৰ ৰূপৰ খিলখিলনি কিয় অনুজ্জ্বল নহৈছিল

Read more

পৰমাণু বিজ্ঞানৰ আইছ'ট'প-অৰবিন্দ গোস্বামী

পৰমাণু বিজ্ঞানৰ সদায় বিস্ময়কৰ আৱিস্কাৰ কিছুমানেৰে মানৱ জাতিৰ উন্নতি সাধন কৰি আহিছে। এই বিস্ময়কৰ আৱিস্কাৰবোৰৰ ভিতৰত আইছ’ট’প অন্যতম। আইছ’ট’প সম্পৰ্কে

Read more

পৰমাণু বিজ্ঞানৰ আইছ’ট’প-অৰবিন্দ গোস্বামী

পৰমাণু বিজ্ঞানৰ সদায় বিস্ময়কৰ আৱিস্কাৰ কিছুমানেৰে মানৱ জাতিৰ উন্নতি সাধন কৰি আহিছে। এই বিস্ময়কৰ আৱিস্কাৰবোৰৰ ভিতৰত আইছ’ট’প অন্যতম। আইছ’ট’প সম্পৰ্কে

Read more

মূল গল্প: কবি,গল্পকাৰ: হুমায়ুন আহমেদ–অনুবাদ: মুনমুন সৰকাৰ শইকীয়া

#কবি টাউন প্ৰেছৰ অধিকাৰী সিৰাজুল ইচলাম ডাঙৰীয়াই খঙতে মুখখন ফুলাই বহি আছিল। তেওঁৰ খঙৰ বহুকেইটা কাৰণ আছিল। প্ৰুফ ৰীডাৰ জোবেদ

Read more

পখিলা পখিলা মন মোৰ পখিলা -ড. লোচন শইকীয়া

অ চিত্ পখিলা….(কবিতা) ………পখিলা উৰা দি নাচ। (বিহু নাম)  বিচিত্ৰ পৃথিবীৰ বিচিত্ৰ ৰঙৰ পয়োভৰতাৰ মাজত বিভিন্ন ৰঙী পখিলাই গছে-বনে, ফুলৰ

Read more

এই সংখ্যাৰ আঁৰৰ কথা….

সম্পাদক: পৰশমণি কাশ্যপ বেটুপাত: ডাঃ হিতেশ্বৰ শৰ্মা সাক্ষাৎকাৰ গ্ৰহণ: মৃদুল কুমাৰ শৰ্মা¸ ৰূপাংকৰ চৌধুৰী¸ অভিজিত দত্ত¸ পৰশমণি কাশ্যপ বৰ্ণাশুদ্ধি: অভিজিত

Read more

সম্পাদকীয়—-ছপা মাধ্যম বনাম ই-মাধ্যম

সাহিত্যৰ বাকৰিখন সাহিত্যিক, সমালোচক, প্ৰকাশক আৰু পাঠক সমাজৰ সমপ্ৰচেষ্টাত সম্পূৰ্ণ হয়। এই প্ৰচেষ্টাত প্ৰকাশ মাধ্যমসমূহৰ ভূমিকা বিশেষভাৱে গুৰুত্বপূৰ্ণ। ব্যক্তিবিশেষৰ সামাজিক

Read more

অসমৰ সাংস্কৃতিক তথা কলা জগতৰ এজন জনপ্ৰিয় শিল্পী শ্ৰীযুত দ্বীপনজ্যোতি ভৰালী

সাহিত্য ডট অৰ্গ: নমস্কাৰ। আপুনি অসমৰ সাংস্কৃতিক তথা কলা জগতৰ এজন জনপ্ৰিয় শিল্পী শ্ৰীযুত দ্বীপনজ্যোতি ভৰালী। আপোনাক আমাৰ ‘সাহিত্য ডট

Read more

অসমৰ এজন উদীয়মান উদ্যোগী শ্ৰীযুত ধ্ৰুৱজ্যোতি ডেকা।

সাক্ষাৎকাৰ গ্ৰহণ কৰা হৈছে অসমৰ পৰম্পৰাগত সামগ্ৰীৰে অসম তথা ভাৰতৰ বাহিৰতো পৰিচিত ‘ব্ৰহ্মপুত্ৰ ফেব’লছ’ নামৰ উদ্যোগৰ প্ৰতিষ্ঠাপক অসমৰ এজন উদীয়মান

Read more

ক’ভিডজনীত হেপী হাইপক্সিয়া সঁচাকৈয়ে হেপী নে নীৰৱ ঘাতক?—ডাঃ ৰিদিপ বড়া,সঞ্জীৱনী হস্পিতাল

ক’ভিড মহামাৰীয়ে সমগ্ৰ বিশ্বত হাঁহাকাৰ সৃষ্টি কৰাৰ সময়তে ক’ভিড ৰোগী চিকিৎসাত ব্ৰতী চিকিৎসকসকলৰ মাজত সম্প্ৰতি এক দোমোজাই স্থান পাইছে যে

Read more

বড়ো জনগোষ্ঠীৰ মাজত প্ৰচলিত খেৰাই উৎসৱ—–কলচুম বিবি

অসম বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি আৰু এই জাতি-জনগোষ্ঠীৰ সংমিশ্ৰণত সৃষ্টি হৈছে অসমীয়া জাতি। ইয়াৰ বাবে প্ৰতিটো জাতি-জনগোষ্ঠীৰ মাজত প্ৰচলিত সংস্কৃতিৰ আদান-প্ৰদান

Read more

এজন কাবুলীৱালা মূল: – ইংৰাজী। লেখকঃ ৰবীন্দ্ৰনাথ ঠাকুৰ। অনুবাদ: -গৌৰৱ শইকীয়া

মোৰ ৫ বছৰীয়া কণমানিজনী মিনি অনৰ্গল কথা নপতাকৈ থাকিবই নোৱাৰে। আৰু মই ডাঠি ক’ব পাৰো যে তাই তাইৰ গোটেই দিনটোৰ

Read more

কভিড পজিটিভ হিচাপে মোৰ অনুভৱ—কুইলিন কাকতি

অসমত কভিড পজিটিভৰ সংখ্যা দিনে দিনে বৃদ্ধি পাইছে। দিল্লীত অকৌ একেবাৰে শীৰ্ষত উপনীত হোৱাৰ পিছত এতিয়া লাহে লাহে গ্ৰাফডাল নামিবলৈ

Read more

অভিনন্দন ইউ এ ই [এম বি আৰ এচ চি]—-ৰঞ্জন ভূঞা

ৱাও! ..প্ৰথমবাৰৰ বাবে আৰবে মঙ্গল গ্ৰহলৈ যান পঠাইছে। যদিহে এই ধনৱন্ত দেশখনে অযৌক্তিকতা তথা ধৰ্মৰ পৰিৱৰ্তে যুক্তিবাদ আৰু বিজ্ঞানৰ বাবে

Read more

উত্তৰাধিকাৰী’ —ৰূপাঞ্জলি চেতিয়া

ৰাণু জেঠাই ঢুকাল। হস্পিতালৰ পৰাই গৃহস্থলৈ ফোন কৰি খবৰটো জেঠপেহাই জনালে। পুৱাৰ ব্যস্ততা সামৰি ছোৱালীজনীক স্কুললৈ পঠিয়াই ময়ো চাকৰিলৈ ওলোৱাৰ

Read more

বাঘনখ লেখক-নীহাৰৰঞ্জন গুপ্তা অনুবাদক-বৰ্ণালী ফুকন

-আহক! আহক! আপোনাৰ পুণ্য পদধূলাই মোৰ ক্ষুদ্ৰ আলয়ক ধন্য কৰিলে। খাঁ চাহাব-ময়ো আপোনাৰ সান্নিধ্য আৰু বন্ধুত্ব লাভ কৰি গৌৰৱ অনুভৱ

Read more

অসমীয়া সাহিত্যৰ বুৰঞ্জী — ড° মৃণাল জ্যোতি গোস্বামী

পঞ্চম অধ্যায় : প্ৰাক্-অৰুণোদয় যুগ ৫.১ আৰম্ভণি আধুনিক অসমীয়া সাহিত্যৰ উন্মেষৰ স্তৰটোৰ নাম ‘অৰুণোদয় যুগ’৷ ১৮৪৬ চনৰ পৰা ১৮৮৯ চনৰ

Read more

লাডাখ, ইয়াৰ ইতিহাস আৰু ভাৰত-চীন ভূমি বিবাদ—বিকাশ দত্ত

ভাৰতৰ ৰাজনৈতিক মানচিত্ৰখন চালে আমি সদায়েই এটা কথা লক্ষ্য কৰো যে জম্মু আৰু কাশ্মীৰৰ সীমাৰেখা বিভিন্ন মানচিত্ৰত বিভিন্ন ধৰণৰ। ১৯৪৭

Read more

শতফুলৰ দেশ শদিয়াৰ বৰ্ণিল ইতিহাস–ধীৰেন শইকীয়া

প্ৰয়াত শিল্পী খগেন মহন্তৰ কণ্ঠত চিৰসেউজ গীত “মা আমি শদিয়ালে যামেই….” সৰুৰে পৰাই শুনি আহিছিলোঁ আৰু সেই সূত্ৰে শদিয়াৰ প্ৰতি

Read more

আম্ৰপালী: বৰ্ণিল দস্তাবেজৰ স্বৰ্ণীল লিপি- পৰী পাৰবিন

নৱম খণ্ড: এটা ৰৌদ্ৰোজ্জ্বল শাৰদীয় পুৱা। প্ৰাংগনৰ ফুলবোৰ আনদিনাতকৈ বেছি উজ্জ্বল আৰু চঞ্চল। চৌপাশৰ শাৰী শাৰী বৃক্ষবোৰ ছন্দ মিলাই হালিছে,

Read more

চেৰাপুঞ্জীৰ দুখলপীয়া দলং:এক অবিস্মৰণীয় যাত্ৰা—-ৰঞ্জনা দত্ত

মেঘালয়ৰ দক্ষিণ অঞ্চলৰ জিলাসমূহত কেইবাখনো গছৰ শিপাৰে নিৰ্মিত ওলমা দলং আছে। ইয়াৰ কিছুমান দলং দুই তিনিশ বছৰ পুৰণি যদিও কিছুমান

Read more

এই সংখ্যাৰ আঁৰৰ কথা….

সম্পাদক: নাজিয়া হাচান বেটুপাত: ডাঃ হিতেশ্বৰ শৰ্মা সাক্ষাৎকাৰ গ্ৰহণ: নাজিয়া হাচান বৰ্ণাশুদ্ধি: অভিজিত দত্ত, উৎপলা কৌৰ, কলচুম বিবি, মৌচুমী বৰী,

Read more

শৈশৱৰ ভাওনাৰ ডোখৰীয়া স্মৃতি আৰু বৰ্তমানৰ কিছু অনুভৱ– অঞ্জুমণি শইকীয়া

শৈশৱৰ পৰাই ভাওনা মই বৰ ভালপাওঁ। ভাওনাত নচা সূত্ৰ, গায়ন-বায়ন, ভাৱৰীয়াৰ প্ৰৱেশ আৰু প্ৰস্থানৰ খোজ, ছন্দ থকা বচন মোৰ বৰ

Read more

ধ্বজা (বুৰঞ্জীমূলক তথ্য ভিত্তিক গল্প) —- নিৰ্মালি নয়নতৰা

”আজিৰপৰা এই পুৰুষদেৱেই তোমাৰ সৰ্বদেৱতা হ’ল, এওঁক পূজিলেই তোমাৰ সৰ্বদেৱতাৰ পূজা কৰা কৰা হব। এওঁক চেৱাই তোমাৰ কোনো পূজা সেৱাই

Read more

মোৰ জীৱনৰ ব্ৰহ্মপুত্ৰ পাৰ যাত্ৰাৰ শিহৰিত কাহিনী—ৰাজেন পূজাৰী

মোৰ শৈশৱ জীৱনত লোহিত আৰু ব্ৰহ্মপুত্ৰ নদী পাৰ হোৱা এক স্মৰণীয় ঘটনা আছে। যিটো ঘটনাই সঁচাকৈয়ে মোক নষ্টালজিক কৰি তোলে।

Read more

শৰীৰ চৰ্চা এক সামাজিক দায়বদ্ধতা-সমীপ কুমাৰ ডেকা

এক অপ্ৰত্যাশিত আক্ৰমণ। ইতিহাস সলনি কৰি দিয়া এই আক্ৰমণত প্ৰতিজন মানুহেই আজি কম বেছি পৰিমাণে সন্ত্ৰস্ত। আৰু এই আক্ৰমণ প্ৰতিহত

Read more

মিঠৈ লাড়ু–তৰু ফুকন

সমগ্ৰ অসমতে ভাদ মাহতো পৱিত্ৰ মাহ হিচাপে গণ্য কৰি নামঘৰত প্ৰতিদিনাই ভকত-বৈষ্ণৱ, আই-গোপিনী মিলি নাম-প্ৰসংগ কৰে। সেয়েহে “আখল”লৈ মিঠৈ ৰেচিপিকে