‪ভালপোৱা‬ (একমিনিটৰ গল্প) – অৰূপ কলিতা

“কি তুমি বিনাচৰ্তে মোৰ ছোৱালীক কিডনী এটা দি দিবা?”

অৰুনাভে ক’লে–“ নহয় দেউতা, চৰ্ত আছে মোৰো চৰ্ত আছে, কিন্তুু সেয়া আনৰ চৰ্তৰ দৰে টকাপইচা বা মোৰ জীৱনৰ দায়িত্ব লোৱাৰ চৰ্ত নহয়৷ ”
“তেন্তে?”

“মোৰ চৰ্ত মাথোঁ মই যে তাইক কিডনীটো দিম এই কথাটো যাতে আপোনাৰ বাহিৰে ঘূণাক্ষৰেও কোনেও নেজানে এনেকি আপোনাৰ ছোৱালীয়েও৷ “

“কিন্তুু,
কিন্তুু কিয়? “
কাৰণ তাইক মই নি: স্বাৰ্থভাৱে ভালপাওঁ দেউতা, সেয়ে ময়ো বিছাৰোঁ ভালপোৱাৰ বিনিময়ত নি: স্বাৰ্থ ভালপোৱা৷
আৰু কি জানে সহানুভুতিৰ ভালপোৱাত আত্মাই কান্দে সেয়েহে ময়ো বিছাৰোঁ মোৰ দৰে মোকো কোনোবাই ভালপাওঁক বিনাচৰ্তে লাগিলে সেয়া দুদিনৰ বাবে হলেও৷ “

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments