নিজানত (কৌশিক বাস্যস)

kobita kaushik
ৰাতিৰ বুকুত ফুলা
তৰাটিয়েও কয়
আদিম পুৱাৰ
ফুলপাহৰ
কথা
 
চ’ৰাঘৰৰ খিৰিকিয়েদি
ৰ’ লাগি চাও
চৰাইজনীয়ে বিনায়
 
আদাম আৰু ইভৰ পৰা
লৈ যোৱা হয়
যদি
ফলটো
 
পৃথিৱীৰ ৰীমেদি
পায়ছাৰি কৰি কৰি
হেৰাই থাকো
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!