অসমীয়া লিখন সজুঁলি

ইউনিক’ডত অসমীয়া লিখন সঁজুলি সমূহৰ একত্ৰিত সম্ভাৰ

এটা সময় আছিল যেতিয়া কম্পিউটাৰ বা ম’বাইলত অসমীয়া লিখাতো দূৰৰে কথা দেখা পোৱাতোও জটিল আছিল৷ পিছে সেই দিন আৰু নাই৷ এতিয়া প্ৰায় সকলো ধৰণৰ ডেস্কটপ বা লেপটপ কম্পিউটাৰ য’ত বিভিন্ন ধৰণৰ অপাৰেটিং চিষ্টেম ব্যৱহৃত হয় যেনে, মাইক্ৰ’ছফ্ট ৱিণ্ড’জ, লিনাক্স, এপল মেকিণ্ট’ছ, সকলোতে অতি সহজতে কিছুমান সঁজুলিৰ সহায়ত অসমীয়া লিখিব পৰা হৈছে৷ তদুপৰি সম্প্ৰতি বজাৰত উপলব্ধ বিভিন্ন ম’বাইল আৰু টেবলেটবোৰতো (মূলতঃ এণ্ড্ৰইড, আইফ’ন/ আইপেড আৰু ৱিণ্ড’জ ফ’ন) অসমীয়া লিখিবলৈ সঁজুলি সহজে উপলব্ধ৷ অসমীয়া লিখিবলৈ ব্যৱহাৰ কৰা লিখন সঁজুলিবোৰৰ উপৰিও অন্যান্য আনুষংগিক প্ৰয়োজনীয় আহিলা যেনে, অভিধান, প্লাগ্‌-ইন, ফণ্ট আদিও বিগত কিছুবছৰত নিৰ্মিত হৈছে ৷ তলত তেনেকুৱা কিছুমান লিখন সঁজুলি আৰু আহিলাৰ নাম ডাউনল’ড লিংকৰ সৈতে দিয়া হ’ল৷ যদিও বজাৰত বহুতো সঁজুলি আছে, তলৰ তালিকাখন কৰোঁতে মূলতঃ সেইবোৰ সঁজুলি বাছি লোৱা হৈছে যিবোৰ সম্পূৰ্ণ বিনামূলীয়া আৰু অসমীয়া নিৰ্মাতাই সাজি উলিওৱা৷

ব্ৰাউজাৰত অসমীয়া যুক্তাক্ষৰবোৰ ভাঙি ভাঙি অহা, ন’কিয়াৰ জাভা ফ’নত অসমীয়া লিখিব পৰা নাই আদি সঘনাই সন্মুখীন হোৱা এনে কিছুমান প্ৰশ্নৰ উত্তৰ পাবলৈ এই পৃষ্ঠাত চাবলৈ অনুৰোধ থাকিল।

লিখন সঁজুলি:
ডেস্কটপ বা লেপটপ কম্পিউটাৰৰ বাবে-
(ক) Apple Macintosh ৰ বাবে–
১) লাচিত (Lachit)
ডাউনল’ড লিংক: ক্লিক কৰক
(খ) GNU/Linux ৰ বাবে–
১) ৰ’দালি (Rodali)
ডাউনল’ড লিংক: ক্লিক কৰক
২) লিনাক্সৰ নিজা সঁজুলি (Linux Assamese Typing Tools)
সংস্থাপন নিৰ্দেশনাৰ লিংক: ক্লিক কৰক
(গ) Microsoft Windows ৰ বাবে–
১) লাচিত ফ’নেটিক
ডাউনল’ড লিংক: ক্লিক কৰক

২) ৰ’দালি (Rodali)
ডাউনল’ড লিংক: ক্লিক কৰক
সংস্থাপন নিৰ্দেশনাৰ লিংক: ক্লিক কৰক
ব্যৱহাৰ সম্পৰ্কীয় লিংক: ক্লিক কৰক

৫) মাইক্ৰ’ছফ্ট ইণ্ডিক ইন্‌পুট ২ (Indic Input 2)
ডাউনল’ড লিংক: ক্লিক কৰক
৬) শব্দ কী ব’ৰ্ড (Xobdo KB)
ডাউনল’ড লিংক: ক্লিক কৰক



ম’বাইল আৰু টেবলেটৰ বাবে-
(ক) Android ৰ বাবে–
১) ৰ’দালি ফ’নেটিক (Rodali Phonetic IME)
উপলব্ধ স্থান: Google Play Store (Play Store Link)
সংস্থাপন নিৰ্দেশনাৰ লিংক: ক্লিক কৰক
ব্যৱহাৰ সম্পৰ্কীয় লিংক: ক্লিক কৰক
২) ৰ’দালি কীব’ৰ্ড (Rodali Keyboard)
উপলব্ধ স্থান: Google Play Store
৩) লাচিত মাল্টিলিংগুৱেল কী-ব’ৰ্ড (Lachit Multilingual Keyboard)
উপলব্ধ স্থান: Google Play Store
(খ) Apple iPhone/ iPad ৰ বাবে–
১) লাচিত (Lachit Assamese)
উপলব্ধ স্থান: Apple App Store
অনলাইন সঁজুলি-
১) ৰ’দালি অনলাইন (Rodali Online)
উপলব্ধ স্থান: লিংক
অভিধান :
(ক) অনলাইন অভিধান–
১) চন্দ্ৰকান্ত অভিধান (Chandrakanta Abhidhana)

২) শব্দ অভিধান (Xobdo Dictionary)

খ) অফলাইন অভিধান–

ডেস্কটপ/ লেপটপ কম্পিউটাৰৰ বাবে:

১) শব্দ অভিধান

ডাউনল’ড লিংক: ক্লিক কৰক

২) পৰিভাষা

এই ছফটৱেৰটোৰ দ্বাৰা যিকোনো অসমীয়া বৈজ্ঞানিক নতুবা প্ৰশাসনিক শব্দ অতি সহজে বিচাৰি যিকোনো Word Processor নতুবা Internet Browserত ব্যবহাৰ কৰিব পৰা যাব।

ডাউনল’ড লিংক: ক্লিক কৰক

“পৰিভাষা” ব্যৱহাৰৰ হাতপুথিখন ডাউনল’ড কৰা জিপ ফাইলটোৰ ভিতৰতে পাব৷

পৰিভাষা শব্দকোষখন ইয়াত পাব: ক্লিক কৰক

ম’বাইল বা টেবলেটৰ বাবে :

১) অসমী (Axomi)

এই অভিধানখন Google Android, Apple iOS আৰু Microsoft Windows Phone সকলোৰে বাবে উপলব্ধ৷ উপলব্ধ স্থান যথাক্ৰমে- Play Store, App Store আৰু Windows Phone Store

২) শব্দ অভিধান (Xobdo Dictionary)

এই অভিধানখন Android ৰ বাবে উপলব্ধ আৰু ইয়াক Google Play Store ত পাব

ইণ্টাৰনেট ব্ৰাউজাৰ প্লাগ্‌-ইন
১) Mozilla Firefox ৰ বাবে বানান পৰীক্ষক প্লাগ্‌-ইন-
লাচিত

ডাউনল’ড লিংক: ক্লিক কৰক

২) Google Chrome ৰ বাবে স্বয়ংক্ৰিয় পৰামৰ্শদাতা প্লাগ্‌-ইন-

চিলাৰায়

ডাউনল’ড লিংক: ক্লিক কৰক

অন্যান্য:
ক) বৰ্ণাশুদ্ধি নিবাৰক

Lachit Text Sanitiser and Spell Rectifier

ডাউনল’ড লিংক: ক্লিক কৰক

এই সঁজুলিটো অনলাইন ব্যৱহাৰ কৰিবলৈ যিকোনো ব্ৰাউজাৰত spellchecker.lachit.org টাইপ কৰিব৷ এণ্ড্ৰইড মবাইলৰ বাবে লাচিত পেড নামৰ এপ এটাও পাব গুগুল প্লে’ ষ্ট’ৰত৷

খ) অসমীয়া লিখিবলৈ ব্যৱহাৰ কৰা সঁজুলিবোৰত কেতিয়াবা বঙালী লিপি সোমাই থাকিব পাৰে। বঙালী লিপি আঁতৰ কৰি বিশুদ্ধ অসমীয়া লিপি কৰিবলৈ আপুনি ব্যৱহাৰ কৰিব পাৰে সুষম।

ডেস্কটপ/ লেপটপ কম্পিউটাৰৰ বাবে:

১)সুষম

ডাউনল’ড লিংক: ক্লিক কৰক

ম’বাইল বা টেবলেটৰ বাবে :

১) সুষম

উপলব্ধ স্থান: Google Play Store

সবিশেষ জানিবলৈ : ইয়াত ক্লিক কৰক

ফণ্ট:
১) অসমীয়া ৰোহিণী

২) জ্যোতিৰূপা

৩) ৰংমন

অসমীয়া যুক্তাক্ষৰবোৰৰ উদাহৰণ আৰু গঠন:

 ডাউনল’ড

er

Copying is Prohibited!