অনুৰণনঃ জয়ন্ত আকাশ বৰ্মন

 

প্ৰধান শিক্ষকজনে ক’লে- ককায়েৰৰ বয়সেই চৈধ্য বছৰ হোৱা নাই, তোক পোন্ধৰ বছৰ হোৱা বুলি চাৰ্টিফিকেট কেনেকৈ দিওঁ?

পাৰিবি দে৷ পঁচিছ টাকাত এক কেজি চাউলেই নাপায়, মালিকে মোক কেনেকে বিছ টাকা হাজিৰা দিয়ে? -সি কয়৷

পোন্ধৰ বছৰ হ’লে মই দুইশ টাকা হাজিৰা পাম৷ কাগজখান দি দে মোক…

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!