দুটা স্তৱক : আফৰুজা আখটাৰ

ভালপোৱা
 
ভালপোৱা আছে বাবেই
শিল হৈ যোৱা নাই বুকু
বৈ যাব পৰাকৈ 
বুকুত আছে এখনি নৈ।
————————
প্ৰেমিকা…
তাইৰ
চকুত 
পখিলা
ওঁঠত
কৃষ্ণচূড়া
বুকুত
কবিতা
তাই
প্ৰেমিকা।
————————

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!