মহানগৰীৰ বুকুত উজ্জ্বল তথা ৰঙীণ ব্যৱসায়ঃ এটা আইডিয়া (-অজয় লাল দত্ত)

এটা সফল ব্যৱসায়ৰ আইডিয়া উৎসাহী যুৱকৃ-যুৱতীৰ বাবে৷ অসমৰ সুৰাৰ ক্ষেত্ৰখনত ই-কমাৰ্চৰ ব্যৱহাৰ৷ ইয়াৰ দ্বাৰা প্ৰথমে গুৱাহাটী মহানগৰক আৰু তাৰ পাছত অসমৰ বিভিন্ন জিলা সদৰক ব্ৰান্স অফিচৰ যোগে সামৰি লব পাৰিব৷
এই ব্যৱসায় অতিশয় লাভজনক হবই গাৰাণ্টী৷ এতিয়া কালিৰ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশটো যদি সঁচাকৈয়ে বলবৎ সদায়েই হৈ থাকিলে এই আইডিয়াৰে কোটি-পতি হোৱাটো গাৰাণ্টী!

খোলকঃ www.mybottle.in বা www.callbottle.com বা 036103610361 নম্বৰত কল কৰক!
অনলাইন ৱাইন-চপ (মেঘালয় তথা অসম দুয়ো ৰাজ্যতে পঞ্জীকৃত) (বিদ্যালয়, মন্দিৰ, গীৰ্জাৰ পৰা শত-যোজন আঁতৰত)

ডেলিভাৰী টাইমঃ ১ঘণ্টা ৷ ডেলিভাৰী চাৰ্জঃ নিম্নতম ১০টকা ৷

বিশেষ সুবিধাঃ ঘৰতে বা বন্ধুৰ ৰুমত খাওক৷ খাই বৈ গাড়ী নচলাব৷ দুৰ্ঘটনাৰ পৰা বাচি থাকক৷

বি.দ্ৰঃ ৰাতিৰ কোটাটোৰ বাবে এবাৰতে ফোন কৰিব, একে ঠিকনাত ২বাৰতকৈ অধিক ডেলিভাৰী দিয়া নহয়৷

লগতে mychaknaত ক্লিক কৰি নমকিন আদি লগতে অৰ্ডাৰ কৰক৷ mytandoori লিংকত ক্লিক কৰি তন্দুৰী আইটেম অৰ্ডাৰ কৰক৷ আপোনাৰ নাতিদূৰৰ আমাৰ সহযোগী তন্দুৰীৰ দোকানৰ পৰা গৰমে গৰমে তন্দুৰী আইটেম (চিকেন, পনীৰ) আদি পাওক৷ payment চিকউৰড বায় ভেৰিটাচ, লগতে পেমেণ্ট অন ডেলিভাৰী অপচনো উপলব্ধ৷

আইডিয়া ব্যৱহাৰ কৰা সকলে কৃতজ্ঞতা জনাবলৈ নাপাহৰে যেন! 🙂

আইডিয়া ব্যৱহাৰ কৰক৷ ৰাইজক সুখে-দুখে সেৱা কৰক!
সেৱাই সণ্টুষ্টি; সাহস কৰক; সাহসীজনহে হেনো লক্ষ্মীৰ বৰপুত্ৰ!

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!