মোৰ দেউতাৰ ছোৱালী : নিৰ্মালী বৰঠাকুৰ
মোৰ দেউতাৰ ছোৱালী
লেখিকা: নিৰ্মালী বৰঠাকুৰ
দুটা মদপীয়ে কথা পাতি গৈ আছিল ৷
১ম মদপী = কাইলৈ মই তোমাৰ পত্নীক এটা গিফ্টদিম ।
২য় মদপী = তুমি আকৌ মোৰ পত্নীক কিয় গিফ্টদিবা !!
…
১ম মদপী = মই তাইক বৰ ভাল পাওঁ ,তাতে কাইলৈ তাইৰ ২৫ বছৰ হ’বযে ।
২য় মদপী = আও ,তুমি তাইক ভালো পোৱা আৰু বয়সটোও জানা !!
১ম মদপী = তুমি মোৰ পত্নীক কেতিয়াৰ পৰা জানা ?
২য় মদপী = তোমাৰ বিয়াৰ আগৰ পৰাই ।
১ম মদপী = তুমি মোৰ ঘৰত কেতিয়াবা যোৱা নেকি ?
২য় মদপী = কেতিয়াবা মানে প্রায়ে যাওঁ ৷ তুমি নথকাতেই বেচিকে গৈছো ।সেইকাৰণে তুমি নাজানা একো ।
১ম মদপী = কি !!!! আওঁ তলে তলে ইমানখিনি হৈ আছে মই গমকে নাপাওঁ !!!
২য় মদপী =তোমাকনো আৰু কি ক’ব !!
১ম মদপী = হেঁ…..মই তাইক বৰ ভাল বুলি ভাবিছিলো ।তাইক মই সুদাই নেৰো ছাল্লা,নাম নাজানো তই কাৰ ছোৱালী ,তো…ক আজি ৰ…….
২য় মদপী = হে’ৰা ,তুমি নাজানা নেকি ?তাই মোৰ দেউতাৰ ছোৱালী !!!!
১ম মদপী = ?????????