অনুৰণন: জয়ন্ত আকাশ বৰ্মন

 

সীমান্তত কাম কৰা পুতেকৰ পৰা বহুদিন চিঠি পত্ৰ নহাত বুঢ়ী পোষ্ট অফিছলৈ গ’ল৷

নতুন পিয়নজনে ক’লে- আপোনাৰ ল’ৰাৰ ভাষাত চিঠি লিখা পিয়নজন দূৰলৈ ট্ৰান্সফাৰ হ’ল৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!